ETV Bharat / state

গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা - গোলাঘাট আৰক্ষী

আৰক্ষীৰ অভিযানত উদ্ধাৰ প্ৰায় 6 কি.গ্ৰা. ওজনৰ এটা হাতী দাঁত আৰু এটা মন্দিৰৰ বিগ্ৰহ ৷ ইয়াৰ উপৰি গোলাঘাট জিলাৰ বিভিন্ন স্থানত এটিএমত টকা উলিয়াবলৈ যোৱা মানুহক সহায় কৰিবলৈ গৈ প্ৰৱঞ্চনা কৰি অহা আব্দুল মজিদ নামৰ এটা প্ৰৱঞ্চককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা
author img

By

Published : Jun 1, 2019, 9:36 PM IST

গোলাঘাট, 1 জুন : গোলাঘাট আৰক্ষী থানাৰ নগৰ উপ পৰিদৰ্শক নৰেন্দ্ৰ নাথ বাৰিকৰ নেতৃত্বত মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত মাটিখোলা গাঁৱৰ বুলু শইকীয়াৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে হাতী দাঁত আৰু এটা মূৰ্তি। নগৰ উপ পৰিদৰ্শক নৰেন্দ্ৰ নাথ বাৰিকে গ্ৰাহকৰ ৰূপত গৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই সামগ্ৰীসমূহ। আৰক্ষীৰ অভিযানত ধৰা পৰে বুলু শইকীয়া নামৰ চোৰটো৷

গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা

ইয়াৰ উপৰি গোলাঘাট জিলাৰ বিভিন্ন স্থানত এটিএমত টকা উলিয়াবলৈ যোৱা মানুহক সহায় কৰিবলৈ গৈ প্ৰৱঞ্চনা কৰি অহা আব্দুল মজিদ নামৰ এটা প্ৰৱঞ্চককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ দেৰগাঁও আৰু গোলাঘাট আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় আব্দুল মজিদ নামৰ প্ৰৱঞ্চকটো৷

Golaghat 01.06.2019 
slug : as_glt_tusk and statue recover_vis_byte_7205572
O.C. :  গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা, গোলাঘাট আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে  প্ৰায় ৬ কিলো গ্ৰাম ওজনৰ এটা হাতী দাঁত আৰু এটা মন্দিৰৰ বিগ্ৰহ। গোলাঘাট আৰক্ষী থানাৰ নগৰ উপ পৰিদৰ্শক নৰেন্দ্ৰ নাথ বাৰিকৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে উদ্ধাৰ কৰে এই মূল্যবান সামগ্ৰী। মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত মাটিখোলা গাঁৱৰ বুলু শইকীয়াৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে হাতী দাঁত আৰু মূৰ্তিটো। ৰাজ্যৰ কোনো মন্দিৰ বা নামঘৰৰ এই মূৰ্তি চুৰি কৰি লুকুৱাই ৰাখিছিল। নগৰ উপ পৰিদৰ্শক নৰেন্দ্ৰ নাথ বাৰিকে গ্ৰাহকৰ ৰূপত গৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই সামগ্ৰী। বুলু গগৈক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধা পোচা অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে। ইয়াৰ উপৰিও গোলাঘাট জিলাৰ বিভিন্ন স্থানত এটিএমত টকা উলিয়াবলৈ যোৱা মানুহক সহায় কৰিবলৈ গৈ প্ৰৱঞ্চনা কৰি অহা আব্দুল মজিদ নামৰ এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ৷ দেৰগাঁও আৰু গোলাঘাট আৰক্ষীৰ যুটীয়া তদন্তত আব্দুল মজিদ নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ এই প্ৰৱঞ্চ‍কটোৰ ঘৰ দেৰগাঁৱত৷
Byte 1: SP Golaghat
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ"র্ট, Etv Bharat অসম৷
Feed send by FTP
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.