ETV Bharat / state

আঠখেলীয়া নামঘৰৰ বিৰ্তকক লৈ কৰ্ণধাৰ সমিতিৰ প্ৰতিক্ৰিয়া

আঠখেলীয়া নামঘৰৰ বিতৰ্ক অব্যাহত আছে (Athkhelia Namghar controversy)। পৰিচালনা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ মাজত সংঘাত স্পষ্ট হৈ পৰিছে । ইয়াৰ মাজতে কৰ্ণধাৰ সমিতিৰ গুৰুত্বপূৰ্ণ সংবাদমেল । নতুন পৰিচালনা সমিতি গঠন কৰা কাৰ্যক সম্পূৰ্ণ অবৈধ আৰু অসংবিধানিক আখ্যা কৰ্ণধাৰ সমিতিৰ ।

author img

By

Published : Sep 10, 2022, 6:14 PM IST

Athkhelia Namghar
আঠখেলীয়া নামঘৰৰ বিৰ্তকক লৈ কৰ্ণধাৰ সমিতিৰ প্ৰতিক্ৰিয়া

তিতাবৰ,১০ ছেপ্টেম্বৰ : আঠখেলীয়া নামঘৰৰ বিৰ্তকক (Athkhelia Namghar controversy) লৈ কৰ্ণধাৰ সমিতিৰ গুৰুত্বপূৰ্ণ সংবাদমেল । নতুন পৰিচালনা সমিতি গঠন কৰা কাৰ্যক সম্পূৰ্ণ অবৈধ আৰু অসংবিধানিক আখ্যা দিয়ে কৰ্ণধাৰ সমিতিয়ে (Athkhelia core committee slams Managing Committee)। আনহাতে সংবিধান অনুসৰি অতি শীঘ্ৰেই নতুন পৰিচালনা সমিতি গঠন কৰিব কৰ্ণধাৰ সমিতিয়ে ।

ইফালে পূৰ্বৰ পৰিচালনা সমিতিয়ে ভাড়াতীয়া মানুহ আনি সভা অনুষ্ঠিত কৰাৰ অভিযোগ কৰে কৰ্ণধাৰ সমিতিয়ে (Athkhelia core committee decision)। আনহাতে নামঘৰৰ কৰ্ণধাৰ সমিতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰা, আদাতলক বিপথে পৰিচালিত কৰা, কাৰ্যালয়ৰ তলা ভঙা, অবৈধভাৱে নামঘৰৰ ছীল-মোহৰ ব্যৱহাৰ কৰা আদি অপৰাধত নামঘৰৰ খেলৰ পৰা সাতজনক বহিষ্কাৰো কৰা হৈছে । আনহাতে সংবাদমেলত ঘোষণা কৰা মতে পৰিচালনা সমিতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিব কৰ্ণধাৰ সমিতিয়ে ।

পূৰ্বৰ পৰিচালনা সমিতিয়ে কাৰ্যালয়ত তলা ভাঙি প্ৰৱেশ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কৰ্ণধাৰ সমিতিয়ে । জানিব পৰা মতে বহিষ্কৃত ব্যক্তিসকল ক্ৰমে নতুন সভিপতি খগেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক চক্ৰেন শইকীয়া, মুকুল বৰা, উপ-সভাপতি ডিম্বেশ্বৰ শইকীয়া, সহঃ সম্পাদক বিপুল বৰা, উপদেষ্টা লীলা বৰা, দোকান সমিতিৰ সম্পাদক অনিল শইকীয়া আৰু নিৰ্মাণ সমিতিৰ সম্পাদক মুকুট বৰা । ইফালে তাৰানাথ বৰাক নামঘৰত সম্পূৰ্ণৰূপে প্ৰৱেশ নিষিদ্ধ কৰিছে কৰ্ণধাৰ সমিতিয়ে ।

লগতে পঢ়ক :সত্ৰীয়া পৰম্পৰা ৰক্ষাৰ প্ৰয়াস বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.