ETV Bharat / state

বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ - সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ

অসমৰ গড়খহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু বনপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

বানপানী সমস্যাক ৰাষ্ট্ৰীয় সনস্যা হিচাপে ঘোষণা কৰকঃ যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : Jun 18, 2019, 6:14 PM IST

গোলাঘাট, ১৮ জুনঃ গোলাঘাটত অসমৰ গড়াখহনীয়া আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সনস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ।

অসমৰ গড়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত গোলাঘাট জিলা সমিতিয়ে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

বানপানী সমস্যাক ৰাষ্ট্ৰীয় সনস্যা হিচাপে ঘোষণা কৰকঃ যুৱ ছাত্ৰ পৰিষদ

প্ৰতিবাদকাৰী সকলে বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, ৰাজ্য চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে সমগ্ৰ ৰাজপথ উত্তাল কৰি তোলে । চৰকাৰে যদি প্ৰতিবাদকাৰী সকলৰ দাবী সমূহ মানি নলয়, তেনেহ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে সংগঠনতোৰ নেতৃত্বই ।

লগতে আন এটা বাতৰি - কৃষক নহ'লেও কথা নাই, ঘোচ দিয়ক আৰু কৃষক আঁচনিৰ ধন লওঁক!

Golaghat 18.06.2019
slug : as_glt_protest_vis_byte_7205572
O.C. : গোলাঘাটত সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট। অসমৰ বান গঢ়া খহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু বনপানী সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এই প্ৰতিবাদ। জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান, গঢ়া খহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু অসমৰ বান পানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত মংগলবাৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বান পানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, ৰাজ্য চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ। প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰে যদিহে অতি শীঘ্ৰে চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি মন্তব্য কৰে সংগঠনতোৰ নেতা সকল।
Byte 1, নেতা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.