ETV Bharat / state

গোলাঘাটত আৰম্ভ অসমৰ প্ৰথম 'অনলাইন টেক্সি সেৱা' - SKBS online taxi service

গোলাঘাটৰ গণকপুখুৰীত আৰম্ভ কৰা হৈছে অসমৰ প্ৰথম 'অনলাইন টেক্সি সেৱা' ৷ সান্তনু বৰা হৈছে অসমত অনলাইন টেক্সী সেৱা মুকলি কৰা প্ৰথমজন থলুৱা অসমীয়া ৷

Golaghat
গোলাঘাট
author img

By

Published : Jan 12, 2020, 9:15 AM IST

গোলাঘাট, 12 জানুৱাৰীঃ অসমবাসীৰ বাবে সুখবৰ! অ'লা বা উবেৰ নহয় নহয়, এইবেলি আপুনি যিকোনো যাত্ৰাত ব্যৱহাৰ কৰিব পাৰিব SKBSৰ বাহন ৷ অসমত প্ৰথমবাৰৰ বাবে থলুৱা অসমীয়াই আৰম্ভ কৰিছে 'অনলাইন টেক্সি সেৱা' ৷ গোলাঘাট জিলাৰ গণকপুখুৰীত 10 ডিচেম্বৰত এই 'অনলাইন টেক্সি সেৱা'ৰ মুখ্য কেন্দ্ৰ উদ্বোধন কৰা হয় ৷

গোলাঘাটত আৰম্ভ অসমৰ প্ৰথম 'অনলাইন টেক্সি সেৱা'

সান্তনু বৰা নামৰ যুৱকজনে তেওঁৰ সহযোগীসকলৰ লগত এই 'অনলাইন টেক্সি সেৱা' SKBSৰ আৰম্ভনি কৰিছে ৷ উল্লেখ্য যে, SKBSয়ে সমগ্ৰ ৰাজ্যত প্ৰথম অৱস্থাত 50 হাজাৰ টেক্সি উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে ৷ সমান্তৰালকৈ 10 কিলোমিটাৰৰ ভিতৰত ঘুৰিব পৰাকৈ মটৰ চাইকেলৰ ব্যৱস্থাও কৰা হৈছে ৷ সান্তনু বৰা অসমত অনলাইন টেক্সী সেৱা মুকলি কৰা প্ৰথমজন থলুৱা অসমীয়া ৷ অসম আৰক্ষীৰ চাকৰি বাদ দি এই সেৱাত মনোনিবেশ কৰিছে সান্তনু বৰাই ৷ সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পৱিত্ৰ শৰ্মাই গোলাঘাটৰ গণকপুখুৰীত SKBS ৰ মুখ্য সেৱা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷

লগতে পঢ়ক - তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৃষিমেলা

Intro:Body:অ'লা বা উবেৰ নহয়, এইবাৰ আপুনি যিকোনো যাত্ৰাত ব্যৱহাৰ কৰিব পাৰিব SKBSৰ বাহন। অসমত প্ৰথম বাৰৰ বাবে থলুৱা অসমীয়াই আৰম্ভ কৰিছে Online Taxi সেৱা। গোলাঘাট জিলাৰ গণকপুখুৰীত ১০ ডিচেম্বৰত শুভ উদ্বোধন কৰা হয় অনলাইন টেক্সীৰ মূখ্য সেৱা কেন্দ্ৰ। গোলাঘাটত এই অনলাইন টেক্সী সেৱা আৰম্ভ কৰিছে সান্তনু বৰা আৰু তেওঁৰ সহযোগী সকলে। অহা মাৰ্চ মাহৰ পৰা সমগ্ৰ ৰাজ্যত উপলব্ধ হ'ব SKBS টেক্সী ব্যৱস্থা। সমগ্ৰ ৰাজ্যত প্ৰথম অৱস্থাত ৫০ হাজাৰ টেক্সী উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে SKBS য়ে। সমান্তৰালকৈ ১০ কিলোমিটাৰৰ ভিতৰত ঘুৰিব পৰাকৈ মটৰ চাইকেলৰ ব্যৱস্থাও থাকিব এই ব্যৱস্থাত। অসমত অনলাইন টেক্সী সেৱা মুকলি কৰা অসমৰ প্ৰথমজন থলুৱা অসমীয়া সান্তনু বৰা। অসম আৰক্ষীৰ চাকৰি বাদ দি এই সেৱাত মনোনিবেশ কৰিছে সান্তনু বৰাই। গোলাঘাটৰ গণকপুখুৰীত SKBS ৰ মূখ্য সেৱা কেন্দ্ৰৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰে সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পৱিত্ৰ শৰ্মাই।Conclusion:Byte-- সান্তনু বৰা , স্বত্বাধিকাৰী SKBS
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.