ETV Bharat / state

গোলাঘাটৰ শ্ৰদ্ধা বৃদ্ধাশ্ৰমত অভিনেতা উৎপল দাস - assam news

নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকা আইতাসকলৰ আশ্ৰমখনৰ বিভিন্ন সমস্যা সমূহৰ সমাধান বাবে গোলাঘাটবাসীক আগবাঢ়ি আহিবৰ বাবে আহ্বান জনায় অভিনেতাজনে । যুৱ প্ৰজন্মক পঢ়া-শুনাৰ লগতে সামাজিক কামত আগভাগ ল'বলৈ বৃদ্ধাশ্ৰম পৰাই আহ্বান জনায় উৎপল দাসে ৷

উৎপল দাস
author img

By

Published : Mar 31, 2019, 5:06 PM IST

গোলাঘাট, ৩১ মাৰ্চঃ গোলাঘাটৰ শ্ৰদ্ধা বৃদ্ধাশ্ৰমৰ আইতাসকলৰ লগত দেওবাৰৰ দিনটো অতিবাহিত কৰিলে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয়অভিনেতা উৎপল দাসে । গোলাঘাটৰ জীৱন তামুলী পথস্থিত বৃদ্ধাশ্ৰমত উপস্থিত হৈ অভিনেতা গৰাকীয়ে আইতাসকলৰ লগত মত বিনিময় কৰাৰ উপৰিও গীত-মাতেৰে পৰিৱেশ আমোদজনক কৰি তোলে অভিনেতাগৰাকীয়ে । লগতে নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকা আইতাসকলৰ আশ্ৰমখনৰ বিভিন্ন সমস্যা সমূহৰ সমাধান বাবে গোলাঘাটবাসীক আগবাঢ়ি আহিবৰ বাবে আহ্বান জনায় । যুৱ প্ৰজন্মক পঢ়া-শুনা লগতে সামাজিক কামত আগভাগ ল'বলৈ বৃদ্ধাশ্ৰম পৰাই আহ্বান জনায় উৎপলে । আনহাতে, বৃদ্ধাশ্ৰমৰ আইতাসকলেও আশ্ৰমত জনপ্ৰিয় অভিনেতাগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে ৷

গোলাঘাট শ্ৰদ্ধা বৃদ্ধাশ্ৰমত উপস্থিত অভিনেত উৎপল

উল্লেখ্য যে, আশ্ৰমৰ আইতা, শিশু সকলৰ সমস্যাৰ বুজ লোৱাৰ উপৰিও কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে । আশ্ৰমখনৰ সমস্যা সমূহ সমাধানৰ বাবে নিজা ভাবেও প্ৰচেষ্টা চলাব বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়৷

Intro:গোলাঘাটত আইতাসকলৰ লগত দেওবাৰৰ দিনটো অতিবাহিত কৰিলে অসমীয়া চলচ্চিত্ৰ জগতৰ উদীয়মান অভিনেতা উৎপল দাসে। গোলাঘাটৰ শ্ৰদ্ধা বৃদ্ধা আশ্ৰমৰ আইতা সকলৰ লগত মত বিনিময় কৰা উপৰিও গীত-মাতেৰে মনোৰঞ্জন কৰে অভিনেতা গৰাকীয়ে।Body:গোলাঘাট জীৱন তামুলী পথ স্থিত বৃদ্ধ আশ্ৰমত জনপ্ৰিয় অভিনেতাগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে আইতা সকলেও। নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকা আইতাসকলৰ আশ্ৰমখনৰ বিভিন্ন সমস্যা সমূহৰ সমাধান বাবে গোলাঘাটবাসীক আগবাঢ়ি আহিবৰ বাবে আহ্বান জনায় অভিনেতা গৰাকীয়ে। অভিনেতা উৎপলে দাসে আশ্ৰমৰ আইতা, শিশু সকলৰ সমস্যাৰ বুজ লোৱাৰ উপৰিও কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে। আশ্ৰমখনৰ সমস্যা সমূহ সমাধানৰ বাবে নিজা ভাবেও প্ৰচেষ্টা চলাব বুলি জনায়। উল্লেখ্য যে অভিনেতা উৎপল দাসে যুৱ প্ৰজন্মক পঢ়া-শুনা লগতে সামাজিক কামত আগভাগ ল'বলৈ এই মঞ্চৰ পৰায়ে আহ্বান জনায়।Conclusion:BYTE 1: অভিনেতা উৎপল দাস
BYTE 2: ফেন্স ক্লাব সদস্য
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি, ETV Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.