ETV Bharat / state

নুমলীগড় আৰক্ষী জালত গৰু চোৰৰ দল

গৰু চোৰকেইটাই নাগালেণ্ডৰ নগা বস্তিৰ পৰা মতিউৰ ৰহমান নামৰ এজন লোকৰ নেতৃত্বত ৫ টাকৈ গৰু নগাঁৱৰ চামগুৰি অভিমুখে আনি থাকোঁতেই নুমলীগড় আৰক্ষীৰ জালত পৰে ৷ গৰু চোৰকেইটাৰ নাম ফজুল উদ্দিন, দিলদাৰ হুছেইন আৰু নুৰ মহম্মদ  ।

author img

By

Published : Apr 29, 2019, 12:17 PM IST

নুমলীগড় আৰক্ষী জালত গৰু চোৰৰ গেং

নুমলীগড় , 29 এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ উপদ্ৰপ । গৰু চুৰি চক্ৰৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে নগাঁও জিলা ।এই কথা প্ৰকাশ কৰিছে নুমলীগড় আৰক্ষীৰ জালত পৰা তিনিটা গৰু চোৰে । নুমলীগড় আৰক্ষীয়ে 39 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই AS03-BC-5493 নম্বৰৰ এখন গাড়ী আৰু ৫ টাকৈ চুৰি গৰুসহ তিনিটাকৈ গৰু চোৰক আটক কৰে ।

নুমলীগড় আৰক্ষী জালত গৰু চোৰৰ গেং

আৰু পঢ়ক টীয়কত গ্ৰেপ্তাৰ গৰু চুৰি চক্ৰৰ দুটাকৈ গৰুচোৰঃ জব্দ ছাফাৰী

চোৰকেইটাই নাগালেণ্ডৰ নগা বস্তিৰ পৰা মতিউৰ ৰহমান নামৰ এজন লোকৰ নেতৃত্বত ৫ টাকৈ গৰু নগাঁৱৰ চামগুৰি অভিমুখে আনি থাকোঁতেই নুমলীগড় আৰক্ষীৰ জালত পৰে ৷ গৰু চোৰকেইটাৰ নাম ফজুল উদ্দিন, দিলদাৰ হুছেইন আৰু নুৰ মহম্মদ ।

আনহাতে চোৰকেইটাই জানিবলৈ দিয়া মতে গৰু চুৰি চক্ৰৰ নেতৃত্ব দিয়া মতিউৰ ৰহমানে নগাঁৱৰ পৰা ভাৰাতীয়া মানুহ আনি দীর্ঘদিনে নাগালেণ্ড, অসমৰ বিভিন্ন ঠাইৰ পৰা এনেদৰে চলাই আহিছে চোৰাং গৰুৰ অবৈধ বেহা । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নুমলীগড়টো দীর্ঘদিনে অব্যাহত আছে গৰু চুৰি কাণ্ড । বৰ্তমান নুমলীগড় আৰক্ষীয়ে চোৰ কেইটাক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ।

Intro:গোলাঘাট নুমলীগড় আৰক্ষীৰ জালত বৃহৎ গৰু চুৰৰ গেং । গৰু সহ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক তিনি চুৰ ।Body:ৰাজ্যত অব্যাহত আছে গৰু চুৰৰ উপদ্ৰপ । ইফালে গৰু চুৰি চক্ৰৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে নগাঁও জিলা । হয় এই অভিযোগ আমাৰ নহয় । এই অভিযোগ আনিছে নুমলীগড় আৰক্ষী ৰ জালত পৰা তিনিটা গৰু চোৰে । নুমলীগড় আৰক্ষী য়ে 39 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন AS03-BC-5493 নম্বৰৰ এখন গাড়ী আৰু ৫ টাকৈ চুৰি গৰু সহ তিনিটাকৈ গৰু চুৰক আটক কৰে । চুৰ কেইটাই নাগালেণ্ডৰ নগা বস্তিৰ পৰা মটিউৰ ৰহমান নামৰ এজন লোকৰ নেতৃত্বত ৫টাকৈ গৰু নগাঁও ৰ চামগুৰি অভিমুখে লৈ আহোতেই নুমলীগড় আৰক্ষীৰ জালত পৰে ক্ৰমে ফজোল উদ্দিন, দিলদাৰ হুছেইন আৰু নুৰ মহম্মদ নামৰ তিনিটা কৈ দুৰ্ধৰ্ষ চুৰ । ইফালে আটকাধিন চুৰ কেইটাই জানিবলৈ দিয়া মতে গৰু চুৰি চক্ৰৰ নেতৃত্ব দিয়া মটিউৰ ৰহমানে নগাঁৱৰ পৰা ভাৰতীয়া মানুহ আনি দীর্ঘদিনে নাগালেণ্ড, অসম ৰ বিভিন্ন ঠাইৰ পৰা এনেদৰে চলাই আহিছে চোৰাং গৰু ৰ অবৈধ বেহা । ইফালে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নুমলীগড় টো দীর্ঘদিনে অব্যাহত আছে গৰু চুৰি কাণ্ড । বৰ্তমান নুমলীগড় আৰক্ষী য়ে চুৰ কেইটাক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ।Conclusion:BYTE 1 : স্থানীয় ব্যক্তি
BYTE 2 : অভিযুক্ত
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.