ETV Bharat / state

গোলাঘাটত আগৰ ব্যৱসায়ীৰ মাজত ব্যাপক উৎসাহ - ব্যৱসায়

গোলাঘাটত স্থাপন হ'ব আগৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ । এই বাণিজ্য কেন্দ্ৰ স্থাপনক লৈ গোলাঘাটত আগৰ ব্যৱসায়ী সকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে, গোলাঘাট জিলাত নাহৰণি অঞ্চলত প্ৰথম আৰম্ভ হৈছিল এই আগৰ ব্যৱসায় ।

গোলাঘাটত আগৰ ব্যৱসায়ীৰ মাজত ব্যাপক উৎসাহ
author img

By

Published : Jul 25, 2019, 2:24 PM IST

গোলাঘাট, 25জুলাইঃ গোলাঘাটত স্থাপন হ'ব আগৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ নেতৃত্বাধীন চৰকাৰ খনে কেবিনেটত লোৱা সিদ্ধান্তত আগৰ ব্যৱসায়ী সকলৰ মাজত ব্যাপক উছাহ ।

গোলাঘাটত আগৰ ব্যৱসায়ীৰ মাজত ব্যাপক উৎসাহ

গোলাঘাটত স্থাপন হ'ব আগৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ । এই বাণিজ্য কেন্দ্ৰ স্থাপনক লৈ গোলাঘাটত আগৰ ব্যৱসায়ী সকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে, গোলাঘাট জিলাত নাহৰণি অঞ্চলত প্ৰথম আৰম্ভ হৈছিল এই আগৰ ব্যৱসায় । অসম চৰকাৰৰ কেবিনেটত লোৱা এই খবৰে সাঁচি খেতিয়ক আৰু আগৰ ব্যৱসায়ী সকললৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে । এতিয়া নাহৰণিৰ সমীপৱৰ্তী কুৰালগুৰিত আগৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ স্থাপনক লৈ ইয়াৰ লগত জড়িত ব্যৱসায়ী, খেতিয়ক সকল আশাবাদী হৈ পৰিছে । বদৰুদ্দিন আজমলৰ দৰে পুঁজিপতিৰ কৱলৰ পৰা পৰিত্ৰাণ লাভ কৰি গাঁৱৰ খুচুৰা ব্যৱসায়ী,খেতিয়ক লাভাম্বিত হ’ব বুলি মন্তব্য কৰে স্থানীয় ব্যৱসায়ী সকলে । দীৰ্ঘ দিন ধৰি আগৰ ব্যৱসায়ী সকলে চৰকাৰৰ ওচৰত আগৰ বাণিজ্য কেন্দ্ৰ স্থাপনৰ বাবে দাবী কৰি আহিছিল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেটত আগৰ খেতি আৰু বাণিজ্য কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত লোৱাত বিজেপি চৰকাৰ খনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আগৰ ব্যৱসায়ী সকলে ।

লগতে আন এটা বাতৰি- ইতিহাসত আজিৰ দিনটো

Intro:গোলাঘাটত স্থাপন হ'ব আগৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ। গোলাঘাটত আগৰ ব্যৱসায়ী সকলৰ মাজত ব্যাপক উৎসাহ । গোলাঘাট জিলাত নাহৰণি অঞ্চলত প্ৰথম আৰম্ভ হৈছিল এই আগৰ ব্যৱসায় । কেবিনেটৰ এই খবৰে সাঁচি খেতিয়ক আৰু আগৰ ব্যৱসায়ী সকললৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে।স্বাধীনতাৰ পিছত গোলাঘাটৰ নাহৰণিতেই আৰম্ভ হৈছিল সাঁচি খেতি।এতিয়া নাহৰণিৰ সমীপৱৰ্তী কুৰালগুৰিত আগৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ স্থাপনক লৈ ইয়াৰ ঋগত জড়িত ব্যৱসায়ী, খেতিয়ক সকল আশাবাদী হৈ পৰিছে।বদৰুদ্দিন আজমলৰ দৰে পুজিপতিৰ কৱলৰ পৰা পৰিত্যাণ লাভ কৰি গাঁৱৰ খুচুৰা ব্যৱসায়ী,খেতিয়ক লাভাম্বিত হব বুলিও আশাবাদী সকলো।Body:Byte 1 : বাবুল আলি হাজৰিকা ( আগৰ ব্যৱসায়ী) Conclusion:গোলাঘাট পৰা চামিম আলি ,etv bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.