ETV Bharat / state

লোকসভা নিৰ্বাচনৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ প্ৰস্তুতি সম্পূর্ণ

author img

By

Published : Apr 10, 2019, 6:00 PM IST

Updated : Apr 10, 2019, 7:56 PM IST

লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে বোকাখাত মহকুমা প্ৰশাসন

লোকসভা নিৰ্বাচনৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ প্ৰস্তুতি সম্পূর্ণ

বোকাখাত, 10 এপ্ৰিলঃ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে বোকাখাত মহকুমা প্ৰশাসন ।

17 টা চেক্টৰত বিভক্ত 181 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে 208 গৰাকী প্ৰিজাইডিং বিষয়া, 624 গৰাকী পলিং বিষয়া নিযুক্ত কৰা বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি ভোট কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে ।

Intro:লোকসভা নিৰ্বাচনৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ প্ৰস্তুতি সম্পূর্ণ।Body:বোকাখাত,10-04-2019
কালিলৈ অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। 17 টা চেক্টৰত বিভক্ত 181 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ বাবে 208 গৰাকী প্ৰিজাইডিং বিষয়া 624 গৰাকী পলিং বিষয়া নিযুক্ত কৰা হৈছে। লগতে ভোট কেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।Conclusion:Byte: Presiding Officer
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
Last Updated : Apr 10, 2019, 7:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.