ETV Bharat / state

ধনশিৰিৰ টেঙানিত ভয়াৱহ পথ দুৰ্ঘটনা

author img

By

Published : Nov 29, 2019, 5:45 PM IST

ধনশিৰি মহকুমাৰ টেঙানিৰ খকণগুৰিত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এগৰাকী 8 বছৰীয়া স্কুলীয়া ছাত্ৰী ৷

ভয়াবহ পথ দুৰ্ঘটনা
ধনশিৰিৰ টেঙানিত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা

সৰুপথাৰ , 29 নৱেম্বৰ : ধনশিৰি মহকুমাৰ টেঙানিৰ খকণগুৰিত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ চলন্ত ৰে'লে মহতিয়াই লৈ গ'ল যাত্ৰীবাহী মেজিকক ৷ উক্ত দুৰ্ঘটনাত নিহত হয় মেজিকত অহা এগৰাকী 8 বছৰীয়া ছাত্ৰী লগতে গুৰুতৰভাৱে আহত হয় এজন ব্যক্তি ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আহত ব্যক্তিজনক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷

ধনশিৰিৰ টেঙানিত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,খকণ্ডগুৰিত থকা উন্মুক্ত ৰে'ল ক্ৰছিংৰ বাবেই দুৰ্ঘটনা সংঘটিত হয় পথ দুৰ্ঘটনা ৷ ৰে'ল ক্ৰছিঙত ৰে'ল গেট নথকাৰ ফলত চলন্ত ৰে'লখনে খুন্দা মাৰে আনটো দিশৰ পৰা আহি থকা মেজিকখনক ৷ দুৰ্ঘটনাগ্ৰস্ত মেজিকখনৰ নম্বৰ AS 05 C 7850৷ আনহাতে নিহত ছাত্ৰী গৰাকী নোগোৰা ৰংমন জাতীয় বিদ্যালয়ৰ হৰ্ষিতা দাস বুলি জানিব পৰা গৈছে ৷ বিভিন্ন সময়ত স্থানীয় ৰাইজ তথা দল সংগঠনে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন কৰাৰ পাচতো আজি পৰ্যন্ত উক্ত স্থানত নিৰ্মাণ নহ'ল ৰে'ল গেট । উল্লেখ্য যে উক্ত স্থানত পূৰ্বেও এনেধৰনৰ ঘটনা বহুবাৰ সংঘটিত হৈছে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷

Intro:ধনশিৰি মহকুমাৰ টেঙানিৰ খকণগুৰিত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয় । খকণ্ডগুৰিত থকা উন্মুক্ত ৰেল ক্ৰছিংৰ বাবেই এখন মেজিকক যাত্ৰীবাহী এখন ৰেলে মহটিয়াই লৈ যায় । মেজিকখনত চালকসহ দুজন যাত্ৰী আহিছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে চালক গৰাকী ঘটনাস্হলীৰ পৰা পলাবলৈ সক্ষম হয় যদিও মেজিক খনত থকা এটি ৮ বছৰীয়া স্কুলীয়া ছাত্ৰী মৃত্যু হয় আৰু আনগৰাকী যাত্ৰী গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মেজিক খনৰ নম্বৰ হৈছে AS 05 C 7850 . । ৰেল গেট নথকাৰ বাবেই এই ঘটনা সংঘটিত হবলৈ পালে বুলি ৰাইজৰ অভিযোগ । ছাত্ৰী গৰাকী নাম হৰ্ষিতা দাস আৰু নোগোৰা ৰংমন জাতীয় বিদ্যালয়ৰ ছাত্ৰী । পৰীক্ষা দি ঘৰ অভিমূখে আহি থাকোতে দূৰ্ঘটনাটো সংঘটিত হয় । Body:উল্লেখ্য যে উক্ত স্থানত পূৰ্বেও এনেধৰনৰ ঘটনা সংঘটিত হৈছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ গা নলৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ । বিভিন্ন সময়ত স্থানীয় ৰাইজ তথা দল সংগঠনে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাচতো আজি পৰ্যন্ত উক্ত স্থানত এখন ৰেল গেট নিৰ্মাণ নহল । গতিকে স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে এই স্হানত এখন ৰেল গেট নাইবা অভাৰ ব্ৰিজৰ ব্যৱস্থা কৰি দিব লাগে ।Conclusion:BYTE :- PUBLIC
BYTE :- PUBLIC

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.