ETV Bharat / state

গোলাঘাটত সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ

সুধাকন্ঠ ভূপেন হাজৰিকাৰ আজি নৱম সংখ্যক মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে আজি গোলাঘাট নগৰৰ মাজমজিয়াস্থিত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত সুধাকণ্ঠ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে।

author img

By

Published : Nov 5, 2020, 9:44 PM IST

aasu-tribute-to-bhupen-hazarika
গোলাঘাটত সুধাকন্ঠ ভূপেন হাজৰিকাক স্মৰণ

গোলাঘাট, 5 নৱেম্বৰ :সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি নৱম সংখ্যক মৃত্যু দিৱস ৷ সেই উপলক্ষে বিভিন্ন কার্যসূচীৰ মাজেৰে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিগৰাকী অসমীয়াই স্মৰণ কৰে প্ৰিয় শিল্পীগৰাকীক ৷

aasu-tribute-to-bhupen-hazarika
গোলাঘাটত সুধাকন্ঠ ভূপেন হাজৰিকাক স্মৰণ

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি গোলাঘাট নগৰৰ মাজমজিয়াস্থিত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়তো সুধাকণ্ঠ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সাংবাদিক বিকাশ শৰ্মা, দিপেন দত্ত, অপূৰ্ব বল্লভ গোস্বামী আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰথমতেই গোলাঘাট প্ৰবীণ শিল্পী মঞ্চই সুধাকণ্ঠ গৰাকীক সোঁৱৰি এটা গীত পৰিবেশন কৰে। গোলাঘাট জিলা ছাত্ৰ সন্থাই কভিড প্ৰ'ট'কল মানি আয়োজন কৰে অনুষ্টানটি ৷

লগতে পঢ়ক: সুধাকণ্ঠক দীঘলীপুখুৰীৰ পাৰত শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.