দেৰগাঁও, 4 ডিচেম্বৰঃ পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যৰে চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা ৷ "বৃক্ষবন্ধু" নামৰ পৰিৱেশ সুৰক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদিকা নিজৰা ফুকনৰ এই প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰায় 2500 শ কিলোমিটাৰ পদযাত্ৰাৰে পৰিৱেশৰ ওপৰত সজাগতা আনিবৰ বাবে বৃক্ষবন্ধুৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰিছে সাহসী যুৱতীগৰাকীয়ে ৷ চৰাইদেউ জিলাৰ দিচাং পানীৰ লাইচেং গাঁৱৰ জীয়ৰী নিজৰা ফুকনে 1 ডিচেম্বৰত পদযাত্ৰা আৰম্ভ কৰি বুধবাৰে উপস্থিত হয় দেৰগাওঁ চহৰত । নিজৰা ফুকনৰ এই যাত্ৰাত উষ্ম আদৰণি জনায় গোলাঘাট আপকু আৰু ঐক্য সেনা অসমে । উদ্যমী যুৱতী নিজৰাই ৰাষ্ট্ৰপতি ভৱনলৈকে পদযাত্ৰা কৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক সাক্ষাৎ কৰি পৰিৱেশ সংৰক্ষণৰ সন্দৰ্ভত প্ৰদান কৰিব 7 দফীয়া এক স্মাৰক পত্ৰ ৷
পৰিৱেশ সংৰক্ষণৰ বাবে চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱন লৈ পদযাত্ৰা যুৱতীৰ - চৰাইদেউৰ যুৱতী নিজৰা ফুকনৰ পদযাত্ৰা
পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যৰে চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা ৷ চৰাইদেউৰ যুৱতী নিজৰা ফুকনৰ এই প্ৰশংসনীয় পদক্ষেপ ৷

দেৰগাঁও, 4 ডিচেম্বৰঃ পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যৰে চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা ৷ "বৃক্ষবন্ধু" নামৰ পৰিৱেশ সুৰক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদিকা নিজৰা ফুকনৰ এই প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰায় 2500 শ কিলোমিটাৰ পদযাত্ৰাৰে পৰিৱেশৰ ওপৰত সজাগতা আনিবৰ বাবে বৃক্ষবন্ধুৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰিছে সাহসী যুৱতীগৰাকীয়ে ৷ চৰাইদেউ জিলাৰ দিচাং পানীৰ লাইচেং গাঁৱৰ জীয়ৰী নিজৰা ফুকনে 1 ডিচেম্বৰত পদযাত্ৰা আৰম্ভ কৰি বুধবাৰে উপস্থিত হয় দেৰগাওঁ চহৰত । নিজৰা ফুকনৰ এই যাত্ৰাত উষ্ম আদৰণি জনায় গোলাঘাট আপকু আৰু ঐক্য সেনা অসমে । উদ্যমী যুৱতী নিজৰাই ৰাষ্ট্ৰপতি ভৱনলৈকে পদযাত্ৰা কৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক সাক্ষাৎ কৰি পৰিৱেশ সংৰক্ষণৰ সন্দৰ্ভত প্ৰদান কৰিব 7 দফীয়া এক স্মাৰক পত্ৰ ৷
Ocvo -- পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যৰে ১ ডিচেম্বৰত চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা আৰম্ভ কৰা চৰাইদেউৰ যুৱতী নিজৰা ফুকন আজি আহি উপস্থিত হয় দেৰগাওঁ চহৰত । নিজৰা ফুকনৰ এই যাত্ৰাত উস্ম আদৰণি জনাই গোলাঘাট আপকু আৰু ঐক্য সেনা অসমে । উদ্যমী যুৱতী নিজৰা ফুকনে ৰাষ্ট্ৰপতি ভৱনলৈকে পদযাত্ৰা কৰি ৰাষ্ট্ৰপতিক পৰিৱেশ সংৰক্ষন সন্দৰ্ভত প্ৰদান কৰিব ৭ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰিব ।
byte - নিজৰা ফুকন
Conclusion:ৰাইজে শলাগ লয়