ETV Bharat / state

জলেশ্বৰত বিজেপিৰ "সেৱা সপ্তাহ" কাৰ্যসূচী

author img

By

Published : Sep 15, 2020, 10:56 PM IST

"সেৱা সপ্তাহ" উপলক্ষে মঙলবাৰে গোৱালপাৰাৰ জলেশ্বৰত চাফাই অভিযান চলাই শতাধিক বি জে পি কৰ্মীয়ে ৷

Seva Saptah at Joleswar
জলেশ্বৰত বিজেপিৰ "সেৱা সপ্তাহ" কাৰ্যসূচী

গোৱালপাৰা, 15 ছেপ্তেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে দেশজুৰি আৰম্ভ হৈছে "সেৱা সপ্তাহ" কাৰ্যসূচী ৷ দেশৰ আন প্ৰান্তৰ লগতে অসমতো বিজেপিয়ে পালন কৰিছে "সেৱা সপ্তাহ" কাৰ্যসূচী ৷ এই "সেৱা সপ্তাহ" উপলক্ষে মঙলবাৰে গোৱালপাৰাৰ জলেশ্বৰত চাফাই অভিযান চলাই শতাধিক বিজেপি কৰ্মীয়ে ৷ বিজেপিৰ কৰ্মীসকলে জলেশ্বৰ বজাৰৰ লগতে জলেশ্বৰ আদৰ্শ চিকিৎসালয়তো চলাই চাফাই অভিযান ।

উল্লেখ্য যে, উক্ত চাফাই অভিযানত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সম্পাদক ওচমান গণি, আৰ এছ এছৰ কৰ্মী মকিবুৰ ৰহমান, জলেশ্বৰ মণ্ডলৰ প্ৰভাৰী ৰাকেশ গুপ্তা, জলেশ্বৰ মণ্ডল সভাপতি আনোৱাৰ হুচাইন ৷ ইয়াৰ ওপৰিও উক্ত অনুষ্ঠানত উপস্থিত থাকে জলেশ্বৰ মণ্ডলৰ সাধাৰণ সম্পাদক মুকুল আহমেদ, গোৱালপাৰা জিলা বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য আব্দুল্লাহ আল ফাৰুক মোগলৰ লগতে শতাধিক বিজেপি কৰ্মী ৷

লগতে পঢ়কঃ গড়চুক পামহি বজাৰত বৃহৎ পৰিমানৰ ধনৰ লেন দেনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.