ETV Bharat / state

ভাৰত বন্ধৰ সমৰ্থনত গোৱালপাৰাত পথসভা - কৃষি আইন

ভাৰত বন্ধৰ সমৰ্থনত আৰু কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া কৃষি আইন বাতিল কৰাৰ দাবীত সোমবাৰে গোৱালপাৰাত পথসভা অনুষ্ঠিত কৰা হয় ৷ সকলোকে বন্ধ সফল কৰি তুলিবলৈ আহ্বান জনাইছে নিখিল ভাৰত কৃষক সভা, গণতান্ত্ৰিক মহিলা সমিতি, মটৰ শ্ৰমিক ঐক্য মঞ্চই ৷

Road rally in Goalpara
ভাৰত বন্ধৰ সমৰ্থনত গোৱালপাৰাত পথসভা
author img

By

Published : Dec 7, 2020, 10:51 PM IST

গোৱালপাৰা, 7 ডিচেম্বৰ : 8 ডিচেম্বৰত ভাৰত বন্ধৰ সমৰ্থনত আৰু কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া কৃষি আইন তিনিখন বাতিল কৰাৰ দাবীত সোমবাৰে গোৱালপাৰা চহৰৰ নতুন বজাৰ চ'কত নিখিল ভাৰত কৃষক সভা, গণতান্ত্ৰিক মহিলা সমিতি, মটৰ শ্ৰমিক ঐক্য মঞ্চই যৌথ পথসভা অনুষ্ঠিত কৰে ৷

Road rally in Goalpara
ভাৰত বন্ধৰ সমৰ্থনত গোৱালপাৰাত পথসভা

পথসভাত নিখিল ভাৰত কৃষক সভাৰ তৰফৰ পৰা শৈলেন দাস, পাৰভেজ আলী, গণতান্ত্ৰিক মহিলা সমিতিৰ দিপু চৌধুৰী, মটৰ শ্ৰমিকৰ অমৰ আলীয়ে বক্তব্য ৰাখে ৷ বক্তব্যত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন তিনিখন সমালোচনা কৰি সকলো ৰাইজক মঙলবাৰৰ ভাৰত বন্ধত সকলো দোকান, গাড়ী, বজাৰ বন্ধ ৰাখি ভাৰত বন্ধ সফল কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : ১৯৬২ ৰ শ্বহীদৰ সোঁৱৰণত আৰ্মদ ফৰ্চ ফ্লেগ ডে’ উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.