ETV Bharat / state

গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতি ! - গড়কাপ্তানী বিভাগ

গড়কাপ্তানী বিভাগৰ অধীনত পকী পথ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ পাচতো বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে নীৰৱ ভুমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷

গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতি !
author img

By

Published : May 2, 2019, 9:51 AM IST

গোৱালপাৰা , 02 মে' : গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতিৰ বৃহৎ বজাৰ চলি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ শেহতীয়াকৈ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত টুপামাৰীত এনে এক ঘটনাৰ তথ্য পোহৰলৈ আহিছে ৷

গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতি !

ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ অধীনত পকী পথ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ পাচতো বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে নীৰৱ ভুমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ 3 নং টুপামাৰী জলজলি পথছোৱা পকীকৰণ কৰাৰ নামত শ্বহিদুল ইছলাম নামৰ ঠিকাদাৰ জনে বিভাগীয় নীতি নিৰ্দেশনা অমান্য কৰি অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাইজৰ দাবী যে পথটোত নামমাত্ৰ শিল পেলাই , ৰোলাৰ নমৰাকৈ পকীকৰণ কৰাটো কোনোপধ্যেই তেওঁলোকে মানি নলয় ৷ ইপিনে গড়কাপ্তানী পথ নিৰ্মাণৰ নামত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰাৰ পাচতো সংশ্লিষ্ট ঠিকাদাৰ জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ৷ ইপিনে স্থানীয় বিধায়িকা নন্দিতা দাসে কামৰ শুভাৰম্ভণিৰ ফলকত কোনো তথ্য নাই বুলি জনাই স্থানীয় ৰাইজ ৷ তদুপৰি আঁচনিৰ বিষয়ে ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰৰ কথামতেই বিধায়িকা নন্দিতা দাসে কামৰ শুভাৰম্ভ কৰাটোও ৰহস্যজনক ৷ সেয়ে স্থানীয় ৰাইজে এই সমগ্ৰ দুৰ্নীতিৰ তদন্ত কৰিবৰ বাবে দাবী জনায় ৷

Slug : nagarbera = road construction & corruption.vis+byte send FTP.02-05-19

Anchor + V. O : ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি কৈ আহিলেও চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াতে চলিছে দুৰ্নীতিৰ বৃহৎ বজাৰ । শেষতীয়াকৈ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত টুপামাৰীত সংঘটিত হৈছে এনে এক ঘটনা। ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ অধীনত পকী পথ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ পিছতে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে নীৰৱ ভুমিকা গ্ৰহণ কৰিছে। ৩ নং টুপামাৰী জলজলি পথছোৱা পকীকৰণ কৰাৰ নামত ঠিকাদাৰ শ্বহিদুল ইছলামে বিভাগীয় নীতি নিৰ্দেশনা অমান্য কৰি অতি নিম্নমানৰ কাম কৰি স্থানীয় ৰাইজক ৰাম ঠগন দিছে। পথটোত নামমাত্ৰ শিল পেলাই, ৰোলাৰ নমৰাকৈ পকীকৰণ কৰিবলৈ যোৱাটো কোনোপধ্যেই মানি লোৱা নাই স্থানীয় ৰাইজে। তাৰোপৰি পথটোৰ বিভিন্ন ঠাইত ৰেইনকাট হৈছে যদিও ঠিকাদাৰে যাবৰ যথৰ পেলাই পকীকৰণৰ কাম কৰাটো ৰাইজৰ চকুত পৰাত ইতিমধ্যে কাম বন্ধ কৰি দিছে। গড়কাপ্তানী পথ নিৰ্মাণৰ নামত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰাৰ পিছতো সংশ্লিষ্ট ঠিকাদাৰ জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে অভিযন্তা কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে। ইপিনে স্থানীয় বিধায়িকা নন্দিতা দাসে কামৰ শুভাৰম্ভ কৰি আঁৰা ফলকত কোনো তথ্য নাই। আঁচনিৰ বিষয়ে ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰৰ কথামতেই বিধায়িকা নন্দিতা দাসে কামৰ শুভাৰম্ভ কৰাটোও ৰহস্যজনক। সমগ্ৰ দুৰ্নীতিৰ তদন্ত দাবী কৰিছে ৰাইজে।
                          
Byte : স্থানীয় ব্যক্তি ।
     
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.