ETV Bharat / state

নগৰবেৰাত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান - নগৰবেৰা

ঘটনাস্থলীৰ পৰা কৌশলেৰে পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী ৰমিচউদ্দিনে । ইতিমধ্যেই ৰাইজে উদ্ধাৰ কৰা নিচাজাতীয় সামগ্ৰীসহ ব্যৱসায়ী ৰবিউল হকক গতাই দিয়ে টুপামাৰী আৰক্ষীক । উল্লেখ্য যে ইয়াৰ পূৰ্বেও ড্ৰাগছ মাফিয়া ৰবিউল হকক আটক কৰিছিল আৰক্ষীয়ে । কিন্তু মুকলি হৈ অহাৰ পাচতে ৰবিউলে অঞ্চলটোত অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় ।

নগৰবেৰাৰ টুপামাৰীত ৰাইজৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ
author img

By

Published : May 7, 2019, 1:02 PM IST

গোৱালপাৰা,৭ মে': নগৰবেৰাৰ টুপামাৰীত ৰাইজৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য । ড্ৰাগছখিনিৰ সৈতে ৰাইজে এটা ড্ৰাগছ ব্যৱসায়ীকো আটক কৰে ৷ উল্লেখ্য যে ক্ৰমাৎ নিচাজাতীয় দ্ৰব্যৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগৰবেৰাৰ টুপামাৰী অঞ্চল । একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনৰে পৰা টুপামাৰী অঞ্চলত চলাই আহিছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় । স্থানীয় ৰাইজে এই ব্যৱসায়ৰ গুৰি ধৰা ৰমিচউদ্দিনৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে দুই কাৰ্টুন নিচাজাতীয় সামগ্ৰী । এই নিচাজাতীয় দ্ৰৱ্যৰ সহিতে ৰাইজে আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া ৰবিউল হকক ।

as_slug_gol_7may_801_public_raid_against_drug_&_one_arrest_vis+byte_ftp_jahidul_islam.
Anchor...নগৰবেৰাৰ টুপামাৰীত ড্ৰাগছ (নিচাজাতীয় দ্ৰব্যৰ) বিৰুদ্ধে ৰাইজৰ অভিযান ।অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ।ৰাইজে কৰায়ত্ব কৰিলে এজন কুখ্যাত ড্ৰাগছ মাফিয়া। এক ৰিপৰ্ট.. 
V. O.. নিচাজাতীয় দ্ৰব্য অৰ্থাৎ ড্ৰাগছৰ ৰম্যভূমিত পৰিনত হৈছে নগৰবেৰাৰ টুপামাৰী অঞ্চল।একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনৰে পৰা টুপামাৰী অঞ্চলত চলাই আহিছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়।নগৰবেৰাৰ টুপামাৰী ৰাইজে কুখ্যাত ড্ৰাগছ মাফিয়া ৰমিচ উদ্দিনৰ ঘৰত অভিযান চলাই উদ্বাৰ কৰে দুই কাৰ্টুন নিচাজাতীয় দ্ৰব্য কাহ ৰ চিৰাপ।লগতে কৰায়ত্ব কৰে কুখ্যাত ড্ৰাগছ মাফিয়া ৰবিউল হকক ।ঘটনাস্থলীৰ পৰা কৌশলগত ভাৱে পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী ৰমিচ উদ্দিনে। দীৰ্ঘদিনৰে পৰা টুপামাৰী অঞ্চলত ৰমিচ উদ্দিন, ৰবিউল হক আৰু একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আছিলে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।ইতিমধ্যেই ৰাইজে উদ্ধাৰ কৰা নিচাজাতীয় দ্ৰব্য সমুহ আৰু ব্যৱসায়ী ৰবিউল হকক গতাই দিয়ে টুপামাৰী আৰক্ষীক। 
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ড্ৰাগছ মাফিয়া ৰবিউল হকক কেবাবাৰ হাতে লোটে আটক কৰিছিল আৰক্ষীয়ে।তাৰ পাছতো জেলৰ পৰা উলাই আহি অঞ্চলটোত অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় ফলত  আসক্ত হৈ পৰিছে অঞ্চলটোৰ যুৱ প্ৰজন্মই।আৰু ইতিপূৰ্বেই এইবিধ দ্ৰব্যত আসক্ত হৈ কেবাজন যুৱকে অকালতে কৰুন মৃত্যুক আকোৱালি লবলগীয়া হৈছে।
V. O.. অঞ্চলটোৰ সচেতন ৰাইজ আৰক্ষী আৰু প্ৰশাসনক এই সমুহ ব্যৱসায় বন্ধ কৰাৰ লগতে ৰমিচ উদ্দিনক অচিৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। 

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.