ETV Bharat / state

ফেচবুকত অশ্লীল মন্তব্য কৰি ৰঙাঘৰলৈ এজন

ফেচবুকত অশ্লীল মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী যুৱক। সম্প্ৰতি যুৱকজন লক্ষীপুৰ আৰক্ষীৰ জিম্মাত ।

ফেচবুকত অপশব্দ প্ৰয়োগ কৰি ৰঙাঘৰলৈ এজন
author img

By

Published : Jun 29, 2019, 2:46 PM IST

পশ্চিম গোৱালপাৰা,29 জুন : ফেচবুকত অশ্লীল মন্তব্য কৰি পোষ্ট দি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী যুৱক । বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অধীনষ্ঠ সোনাঘোলা গাঁৱৰ মজিবুৰ ৰহমানৰ পুত্ৰ সমীৰ জালালে কিছুদিন পূৰ্বে নিজৰ ফেচবুক একাউন্টৰ পৰা ভগৱান শ্ৰী ৰামৰ বিষয়ে অশ্লীল মন্তব্য দিছিল পোষ্ট ৷ ইয়াকে লৈ ফেচবুকত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

etv bharat assam
ফেচবুকত অপশব্দ প্ৰয়োগ কৰি ৰঙাঘৰলৈ এজন

পাচত ছমিৰ জালালৰ এনে মন্তব্যৰ বিৰুদ্ধে বিগত 23 জুনত লক্ষীপুৰ আৰক্ষী থানাত স্থানীয় যুৱক ৰফিকুল ইছলামে এখন এজাহাৰ দাখিল কৰে । তেওঁৰ এজাহাৰৰ ভিত্তিতেই লক্ষীপুৰ আৰক্ষীয়ে 337/2019 নম্বৰত 153(A)/295(A)/298 ধাৰাত এক গোচৰ ৰুজু কৰি আটক কৰে যুৱকজনক ৷ লক্ষীপুৰ আৰক্ষীয়ে বঙাইগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা তিনি দিনৰ জিম্মাত লৈ অব্যাহত ৰাখিছে সোধ-পোচ ।

Intro:পশ্চিম গোৱালপাৰা : 29 জুন : ফেচবুকত অপশব্দ প্ৰয়োগ কৰি পোষ্ট দিয়াৰ বাবে ৰঙা ঘৰৰ আলহী হল এগৰাকী যুৱক । সম্প্ৰতি যুৱক জন লক্ষীপুৰ আৰক্ষীৰ জিম্মাত। Body: বঙ্গাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অধীনস্থ সোনাঘোলা গাঁৱৰ মজিবুৰ ৰহমানৰ পুত্ৰ সমীৰ জালালে কেইদিনমান পূৰ্বে নিজৰ ফেচবুক একাউন্টৰ পৰা ভগৱান শ্ৰী ৰামৰ ওপৰত এক অপশব্দ প্ৰয়োগ কৰি পোষ্ট দিছিল। ইয়াকে লৈ ফেচবুকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পিছত এনে বেয়া মন্তব্য দিয়া ছমিৰ জালালৰ বিৰুদ্ধে যোৱা 23 জুনত লক্ষীপুৰ আৰক্ষী থানাত স্থানীয় যুৱক ৰফিকুল ইছলামে এখন এজাহাৰ দাখিল কৰে। তেওঁৰ এজাহাৰৰ ভিত্তিত লক্ষীপুৰ আৰক্ষীয়ে 337/2019 নম্বৰত 153(A)/295(A)/298 ধাৰাত এক গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত যোৱা কালি লক্ষীপুৰ আৰক্ষীয়ে বঙ্গাইগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা তিনি দিনৰ জিম্মাত আনি সোধ পোছ অব্যাহত ৰাখিছে। Conclusion: বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.