ETV Bharat / state

গোৱালপাৰাৰ জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত পীয়ুষ হাজৰিকা - মুছলমান সম্প্ৰদায়

বিশেষকৈ দূৰ্গা দেৱীৰ পূজাত এক প্ৰকাৰ হিন্দু মুছলমান সম্প্ৰদায়ৰ লোকৰ মিলনথলীত পৰিণত হয় মন্দিৰ প্ৰাংগন ৷ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জয়ভূম কামাখ্যা দেবীৰ মন্দিৰটো নৱ ৰূপত নিৰ্মাণ কৰি উলিয়াছে ৷

গোৱালপাৰাৰ জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত পীয়ুষ হাজৰিকা
author img

By

Published : Sep 29, 2019, 10:29 PM IST

গোৱালপাৰা, 28 চেপ্তেম্বৰঃ পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰৰ ঐতিহ্যমণ্ডিত জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত উপস্থিত হয় অসম চৰকাৰৰ নগৰ উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা । জয়ভূম কামাখ্যা দেবীৰ নৱ নিৰ্মিত মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ বাবে দেওবাৰে উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ মন্ত্ৰী উপস্থিত হোৱা পাচতে নাম প্ৰসঙ্গৰে আদৰি আনে মন্দিৰ পৰিচালনা সমিতিয়ে ।

গোৱালপাৰাৰ জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত পীয়ুষ হাজৰিকা

উল্লেখ্য যে, মুছলমান অধিকৃত অঞ্চলটোত মাত্ৰ এটা হিন্দু ধৰ্মৰ পৰিয়ালে চোৱা চিতা কৰি আহিছে মন্দিৰটো । এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই আহিছে মুছলমান সম্প্ৰদায়ৰ লোক সকলে । বিশেষকৈ দূৰ্গা দেৱীৰ পূজাত এক প্ৰকাৰ হিন্দু-মুছলমান সম্প্ৰদায়ৰ লোকৰ মিলন থলীত পৰিণত হয় মন্দিৰ প্ৰাংগন গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জয়ভূম কামাখ্যা দেবীৰ মন্দিৰটো নৱ ৰূপত নিৰ্মাণ কৰি উলিয়াই ৷

Intro:Anchor :পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰৰ ঐতিহ্যমণ্ডিত জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত আজি উপস্থিত হয় অসম চৰকাৰৰ নগৰ উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। জয়ভূম কামাখ্যা দেবীৰ নৱ নিৰ্মিত মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ বাবে উপস্থিত হোৱা মন্ত্ৰী পীয়ুষ হাজৰিকাক নাম প্ৰসঙ্গৰে আদৰি আনে মন্দিৰ পৰিচালনা সমিতিয়ে।Body:as_gol_29sep_801_piyush_hazarika_at_jaybhum_mandir_vis+byte_jahidul_islam_7203844.

Anchor :পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰৰ ঐতিহ্যমণ্ডিত জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত আজি উপস্থিত হয় অসম চৰকাৰৰ নগৰ উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। জয়ভূম কামাখ্যা দেবীৰ নৱ নিৰ্মিত মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ বাবে উপস্থিত হোৱা মন্ত্ৰী পীয়ুষ হাজৰিকাক নাম প্ৰসঙ্গৰে আদৰি আনে মন্দিৰ পৰিচালনা সমিতিয়ে। ইয়াৰ পিছতে জয়ভূম কামাখ্যা দেবীৰ নৱ নিৰ্মিত মন্দিৰৰ দ্বাৰ মুকলি কৰে মন্ত্ৰী গৰাকীয়ে।
মুছলমান অধিকৃত অঞ্চলটোত মাত্ৰ এটা হিন্দু ধৰ্মৰ পৰিয়ালে চোৱা চিতা কৰি আহিছে মন্দিৰটো। এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই আহিছে মুছলমান সম্প্ৰদায়ৰ লোক সকলে। বিশেষকৈ দূৰ্গা দেৱীৰ পূজাত এক প্ৰকাৰ হিন্দু মুছলমানৰ মিলন থলীত পৰিণত হৈ পৰে মন্দিৰ প্ৰাঙ্গণ।
উল্লেখ্য যে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জয়ভূম কামাখ্যা দেবীৰ মন্দিৰটো নৱ ৰূপত নিৰ্মাণ কৰি উলিয়ায়।

Byte:- Piyush Hazarika.
Byte:- Local people
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসমConclusion:Byte:- Piyush Hazarika.
Byte:- Local people
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.