ETV Bharat / state

পশ্চিম গোৱালপাৰাৰ গৌৰ নগৰত তীৰ আৰু এণ্ডিঙৰ মুকলি বেহা - অভিযোগ

পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ গৌৰ নগৰত মুকলিকৈ চলিছে তীৰ আৰু এণ্ডিঙৰ মুকলি বেহা, ১৪ মে' ত গোৱালপাৰা জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে অঞ্চলবাসীয়ে ৷

গৌৰ নগৰত তীৰ এণ্ডিঙৰ মুকলি বেহা
author img

By

Published : May 16, 2019, 12:03 PM IST

নিউজ ডেস্ক,১৬মে' : পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ গৌৰ নগৰত মুকলিকৈ চলিছে তীৰ আৰু এণ্ডিঙৰ মুকলি বেহা । আৰক্ষীৰ চকুৰ সন্মুখতে চলিছে এই বেহা । স্থানীয় ৰাইজে বাৰে-বাৰে আৰক্ষীক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ১৪ মে' ত গোৱালপাৰা জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে অঞ্চলবাসীয়ে ।

গৌৰ নগৰত তীৰ এণ্ডিঙৰ মুকলি বেহা

উল্লেখযোগ্য যে, গোৱালপাৰাত পুৱাৰ পৰাই আৰম্ভ হয় এই তীৰ আৰু এণ্ডিঙৰ মুকলি বজাৰ । আনকি বহু ছাত্ৰ আকৰ্ষিত হৈ পৰিছে এই খেলৰ প্ৰতি । ছাত্ৰসকলৰ এই আকৰ্ষণে অঞ্চলবাসীক চিন্তিত কৰি তুলিছে । যাৰ বাবে স্থানীয় ৰাইজে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰে ।

Intro:পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ গৌৰ নগৰত মুকলিকৈ চলিছে জুৱা।তীৰ -এণ্ডিং ৰ ৰমৰমীয়া বেহা। আৰক্ষীৰ চকুৰ সন্মুখতে চলিছে এই বেহা। নিশ্চুপ আৰক্ষী। Body:দীৰ্ঘ দিনৰ পৰাই গৌৰ নগৰত অব্যাহত আছে তীৰ এণ্ডিং ৰ মুকলি বেহা। স্থানীয় সচেতন মহলে বাৰে বাৰে স্থানীয় আৰক্ষী ক অভিযোগ দিয়াৰ পিছতো নললে কোনো ধৰণৰ ব্যৱস্থা। ফলত যোৱা ১৪ মে' ত গোৱালপাৰা জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে।
উল্লেখ যোগ্য যে পুৱাৰ পৰাই আৰম্ভ হয় তীৰ এণ্ডিং ৰ মুকলি বজাৰ। য'ত বহু ছাত্ৰই এই জুৱা খেলৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। ফলত পৰিবেশ বিনষ্ট হৈ পৰাত স্থানীয় ৰাইজে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰে।
Conclusion:প্ৰসঙ্গত উল্লেখনীয় যে অপৰাধ জনিত ঘটনা ৰোধৰ বাবে নিয়োজিত আৰক্ষীয়ে এই জুৱা খেলৰ ক্ষেত্রত নিশ্চুপ হোৱাত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত তদন্ত কৰি জিলা উপায়ুক্তক উচিত পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছে।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.