ETV Bharat / state

গোৱালপাৰাত বন্দুক সহ গ্ৰেপ্তাৰ তিনি যুৱক - গোৱালপাৰাত বন্দুক সহ আটক তিনি যুৱক

গোৱালপাৰাৰ দুধনৈত 9 এম.এম পিষ্টল সহ তিনি যুৱকক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন ক্ৰমে অভিজিৎ বসুমতাৰী, জন্মাজয় বসুমতাৰী আৰু টুটি বসুমতাৰী ৷

as_gol_dudhnoi-arm-recover_img_as10022
গোৱালপাৰাত বন্দুক সহ গ্ৰেপ্তাৰ তিনি যুৱক
author img

By

Published : Mar 10, 2021, 12:42 PM IST

গোৱালপাৰা, 10 মাৰ্চ: গোৱালপাৰাৰ দুধনৈত 9 এম.এম পিষ্টল সহ তিনি যুৱকক গ্ৰেপ্তাৰ ৷ ৰাজ্যজুৰি নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ মাজতে আৰক্ষীয়ে জব্দ কৰে অস্ত্ৰখিনি ৷

উল্লেখ্য যে, বিগত বিৰ্ষৰ ডিচেম্বৰত দুধনৈৰ দামৰা ৰোডস্থিত ফ্লিপকাৰ্টৰ ডেলিভাৰী চেন্টাৰত এদল দুবৃত্তই অস্ত্ৰ দেখুৱাই ডকাইটি কাণ্ড সংঘটিত কৰিছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই এই ডকাইতি কাণ্ডৰে জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন জব্দ কৰে ৷ ইয়াৰে এজন যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আন তিনিওগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন ক্ৰমে অভিজিৎ বসুমতাৰী, জন্মাজয় বসুমতাৰী আৰু টুটি বসুমতাৰী ৷

লগতে পঢ়ক-বিজেপি প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বৃন্দাবন গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.