ETV Bharat / state

নিজ হাতেৰে কাৰাগাৰ নিৰ্মাণ কৰাৰ এটা সঁচা কাহিনী - গোৱালপাৰা ডিটেনশ্যন কেম্প

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ মতে ভাৰতবৰ্ষৰ ভিতৰত নাই এটাও ডিটেনশ্যন কেম্প নাই যদিও অসমত গোৱালপাৰা, কোকৰাঝাৰ,তেজপুৰ,যোৰহাট,শিলচৰ আৰু ডিব্ৰুগড়ত আছে ডিটেনশ্যন কেম্প ৷

গোৱালপাৰাত শৰনাৰ্থীৰ বাবে ডিটেনশ্যন কেম্প
গোৱালপাৰাত শৰনাৰ্থীৰ বাবে ডিটেনশ্যন কেম্প
author img

By

Published : Dec 27, 2019, 3:33 PM IST

গোৱালপাৰা, 27 ডিচেম্বৰ: ৪৫ কোটি টকা ব্যয়ৰে ৪ হেক্টৰ ভূমিত নিৰ্মাণ কাৰ্য চলি আছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটোৰ ৷ গোৱালপাৰাৰ মাটিয়াত নিৰ্মাণ হৈ থকা এই ডিটেনশ্যন কেম্পটোত আছে ৩ হেজাৰ লোকৰ খোৱা আৰু থকাৰ সুব্যৱস্থা,পুৰুষ-মহিলাৰ বাবে পৃথকে পৃথকে কোঠা ৷ বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষিত হোৱা নাগৰিক সকলৰ বাবে নিৰ্মাণ কৰি থকা ডিটেনশ্যন কেম্পটোৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে সম্পূৰ্ণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যদিও এই পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই নিৰ্মাণকাৰ্য ৷ ক্ৰমান্বয়ে চলি গৈছে কেম্পটোৰ কাম ৷ কি কি সুবিধা থাকিব এছিয়াৰ এই সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটোত ? সংবাদদাতা জাহিদুল ইছলামৰ এক প্ৰতিবেদন...

গোৱালপাৰাত শৰনাৰ্থীৰ বাবে ডিটেনশ্যন কেম্প

লগতে পঢ়ক: প্ৰতিযোগিতামূলক কেছলেচ ব্যৱস্থা

Intro:Anchor :- গোৱালপাৰা মাটিয়াত ৪৫ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হৈ আছে ডিটেনশ্যন কেম্প।এইটো হৈছে দেশৰ ভিতৰত তথা এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ ডিটেনশন কেম্প।দ্ৰুত গতিত চলিছে নিৰ্মানকাৰ্য।প্ৰায় ৪ হেকটোৰ ভূমিত নিৰ্মান হৈ আছে এই কেম্প। ৩ হেজাৰ লোকৰ খোৱা আৰু থকাৰ সুব্যৱস্থাৰ লগতে পুৰুষ-মহিলাৰ বাবে আছে পৃথকে পৃথকে কোঠা।

VO:- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ মতে ভাৰতবৰ্ষৰ ভিতৰত নাই এখনো ডিটেনকেম্প।দেশখনৰ অসমৰ ভিতৰতে আছে মুঠ ৬ খনকৈ ডিটেনশ্বন কেম্প গোৱালপাৰা,কোকৰাঝাৰ,তেজপুৰ, যোৰহাট,শিলচৰ আৰু ডিব্ৰুগড়ত আছে ডিটেনশ্বন কেম্প।

Body:Anchor :- গোৱালপাৰা মাটিয়াত ৪৫ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হৈ আছে ডিটেনশ্যন কেম্প।এইটো হৈছে দেশৰ ভিতৰত তথা এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ ডিটেনশন কেম্প।দ্ৰুত গতিত চলিছে নিৰ্মানকাৰ্য।প্ৰায় ৪ হেকটোৰ ভূমিত নিৰ্মান হৈ আছে এই কেম্প। ৩ হেজাৰ লোকৰ খোৱা আৰু থকাৰ সুব্যৱস্থাৰ লগতে পুৰুষ-মহিলাৰ বাবে আছে পৃথকে পৃথকে কোঠা।

VO:- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ মতে ভাৰতবৰ্ষৰ ভিতৰত নাই এখনো ডিটেনকেম্প।দেশখনৰ অসমৰ ভিতৰতে আছে মুঠ ৬ খনকৈ ডিটেনশ্বন কেম্প গোৱালপাৰা,কোকৰাঝাৰ,তেজপুৰ, যোৰহাট,শিলচৰ আৰু ডিব্ৰুগড়ত আছে ডিটেনশ্বন কেম্প।

V.O:- চুপৰিম কোৰ্টৰ নির্দেশমৰ্মে চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে নিৰ্মাণ সম্পূৰ্ণ হবলগীয়া আছিল ।কিন্তু কি কাৰণত এতিয়াও ডিটেনশ্বন কেম্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল এয়া এক ডাঙৰ প্ৰশ্ন??ডিটেনশ্বন কেম্পত থাকিব ৩ হেজাৰ বিদেশী ঘোষিত লোকৰ থকা-খুৱাৰ সুবিধা।পুৰুষসকলৰ বাবে থাকিব ১৩ টা বেৰেক অৰ্থাৎ ১৩ খন অট্টালিকা আৰু মহিলাৰ বাবে থাকিব 2 টা বেৰেক অৰ্থাৎ ২ খন অট্টালিকা, পুৰুষ-মহিলাৰ পৃথকে পৃথকে থাকিব কোঠা।এটা সুবিশাল সভাগৃহ।থাকিব ১৮০ টা টয়লেট,১৫খন অট্টালিকা আৰু কাৰাবন্দী সকলৰ স্বাস্থ্য আৰু সন্তানৰ বাবে থাকিব,চিকিৎসালয় আৰু শিক্ষানুষ্ঠান।

V. O :- অতি উল্লেখনীয় যে এই কেম্প টোত ৫০০ ৰো অধিক শ্ৰমিকে নিৰ্মান কৰি থকা এই কেম্পৰ একাংশ শ্ৰমিক আৰু শ্ৰমিকৰ পৰিয়ালৰ নাম নাই এন আৰচিত ।এনআৰচি ত নাম নথকা অধিকাংশ ই মহিলা শ্ৰমিক। চিন্তিত এই সকল শ্ৰমিক। শ্ৰমিকৰ ভাষ্য,আমি নিজে হাতেৰে নিৰ্মাণ কৰি আছো নেকি? আমাৰ কাৰাগাৰ।

Byte:- 1 Engineer.

Byte:- 2 Asst.Engineer.Hindi

Byte:- 3 Labour

spl story.National Desk Also

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।

Conclusion:Byte:- 1 Engineer.

Byte:- 2 Asst.Engineer.Hindi

Byte:- 3 Labour

spl story.National Desk Also

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.