ETV Bharat / state

গোৱালপাৰাৰত দুটা বাইক চোৰ আটক, উদ্ধাৰ 2 খন বাইক - assam

গোৱালপাৰাৰ সুতাৰপাৰাত সন্দেহজনক 2 চোৰক স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে ৷ দুয়োটা চোৰৰ পৰা AS-01DB -4100 নম্বৰৰ পালছাৰ আৰু AS-01DZ-9664 নম্বৰৰ এখন গ্লেমাৰ বাইক উদ্ধাৰ কৰে ৰাইজে ৷

গোৱালপাৰাৰত দুটা বাইক চোৰ আটক, উদ্ধাৰ 2 খন বাইক
author img

By

Published : May 24, 2019, 10:51 AM IST

গোৱালপাৰা,24মে': গোৱালপাৰাৰ সুতাৰপাৰাত শুকুৰবাৰে পুৱাই ৰাইজে কৰায়ত্ব কৰে দুটা বাইক চোৰ । সন্দেহজনক ভাৱে অঞ্চলটোত ঘুৰি ফুৰা দেখি দুয়োটা চোৰক একাংশ লোকে খেদি খেদি কৰায়ত্ব কৰে। দুয়োটা চোৰ ক্ৰমে নুৰ ইছলাম আৰু হাছেম আলী। দুয়োৰে ঘৰ বকোৰ দক্ষিণ ৰঙাপানী গাঁৱত বুলি জানিব পৰা গৈছে । দুয়োটা চোৰৰ পৰা AS 01 D B 4100 নম্বৰৰ পালছাৰ আৰু AS-01DZ-9664 নম্বৰৰ এখন গ্লেমাৰ বাইক উদ্ধাৰ কৰি দুয়োটা চোৰকে মাটিয়া আৰক্ষীক চমজাই দিয়ে ৰাইজে।

Slug:- Goalpara Bike Thief Detained & Recover 2 Bike_vis_byte_send_photos_ftp 

Anchor + V. O : গোৱালপাৰা জিলাৰ সুতাৰপাৰাত শুকুৰবাৰে পুৱাই ৰাইজে কৰায়ত্ব কৰে দুটা বাইক চোৰ । সন্দেহজনক ভাৱে ঘুৰি ফুৰা দেখি দুয়োটা চোৰক একাংশ লোকে খেদি খেদি কৰায়ত্ব কৰে। দুয়োটা চোৰ ক্ৰমে নুৰ ইছলাম আৰু হাছেম আলী । দুয়োজন ভাই ককাই আৰু দুয়োৰে ঘৰ বকোৰ দক্ষিণ ৰঙাপানী গাঁওত । দুয়োটা চোৰৰ পৰা AS 01 D B 4100 নম্বৰৰ পালছাৰ আৰু AS 01 D Z 9664 নম্বৰৰ এখন গ্লেমাৰ বাইক উদ্ধাৰ কৰি দুয়োজনকে মাটিয়া আৰক্ষীক চমজাই দিয়ে । এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

              জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.