ETV Bharat / state

ধুবুৰীত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ - নিৰ্বাচনী প্ৰচাৰ

প্ৰধান মন্ত্ৰী মোদীয়ে আকৌ চাহৰ দোকান দিব লাগিব বুলি কটাক্ষ আজমলৰ ।

ধুবুৰীত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 21, 2019, 6:34 PM IST

ধুবুৰী, ২১ এপ্ৰিলঃ ৪নং ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ । প্ৰধান মন্ত্ৰী মোদীয়ে আকৌ চাহৰ দোকান দিব লাগিব বুলি কটাক্ষ আজমলৰ ।

ধুবুৰীত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ

পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ এক নিৰ্বাচনী সভাত বদৰুদ্দিনে প্ৰতিটো ৰাজনৈতিক দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে । বি জে পি জিকিলে আৰ এছ এছৰ ৰাজত্ব চলিব লগতে হিমন্ত, মোডীয়ে টোপোলা বান্ধি বাংলাদেশ লৈ পঠিয়াব মুছলমান সম্প্ৰদায়ৰ লোক সকলক বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে । তাৰোপৰি হিমন্ত বিশ্ব পাগল হৈ সভাত নাচি-বাগি বিভিন্ন ধৰণে এ আই ইউ দি এফক গালি গালাজ পাৰি থকা বুলিও মন্তব্য কৰে আজমলে । সভাত নেতা গৰাকীয়ে এ আই ইউ ডি এফক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ।

Intro:৪নং ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ
এ আই ইউ ডি এফৰ হোতা বদৰ উদ্দিন আজমলৰ।তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনটোত মোডীয়ে নিৰ্বাচনৰ পিছতেই দিব লাগিব চাহৰ দোকান। আনপিনে হিমন্ত বিশ্ব শৰ্মা পাগল। এই মন্তব্য বদৰ উদ্দিনৰ।Body:তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ আজি শেষৰ দিনটোত নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে বদৰ উদ্দিন আজমল।সংসদীয় সমষ্টিটোৰ পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় এ আই ইউ ডি এফৰ এক নিৰ্বাচনী সভা।সভাত আজমলে নিজৰ সপক্ষে ভোটাৰ আকৃষ্ট কৰাৰ বাবে এফালৰ পৰা প্ৰতিটো ৰাজনৈতিক দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
বি জে পি জিকিলে আৰ এছ এছ ৰ ৰাজত্ব চলিব। হিমন্ত, মোডীয়ে টোপোলা বান্ধি বাংলাদেশ লৈ পঠিয়াব মুছলমান সম্প্ৰদায়ৰ লোক সকলক। আনপিনে কংগ্ৰেছ চিৰ শ তৰ এ আই ইউ ডি এফৰ। কংগ্ৰেছে ভিক্ষাৰী বনাইছে মুছলমানক ।এই বুলি কৈ বদৰ উদ্দিন আজমলে বিচাৰিলে ভোট।
এনেকি নিৰ্বাচনৰ পিছতেই মোডীয়ে যাব লাগিব বিদেশত চাহ বিক্ৰী কৰিব লৈ। ইপিনে হিমন্ত বিশ্ব শৰ্মা পাগল হোৱা বুলি কটাক্ষ কৰে আজমলে। Conclusion:মুঠতে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অংক। চলে বলে কৌশলে গাদী দখলৰ চেষ্টা এ আই ইউ ডি এফৰ প্ৰাৰ্থী তথা দলৰ মূল ব্যক্তি আজমলৰ।
বেদীশ নাথ পশ্চিম গোৱালপাৰা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.