ETV Bharat / state

ডিটেনচন কেম্পত মৃত্যু হোৱা অমৃত দাসৰ বাসগৃহত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক - goalpara

মৃত ব্যক্তিজনৰ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ অৰ্থে জনিয়াৰ বিধায়ক তথা বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক উপস্থিত হয় ব্যক্তিজনৰ বাসগৃহত

বিদেশীৰ সন্দেহত ডিটেনচন কেম্পত আৱদ্ধ থকা অৱস্থাতে মৃত্যু গোৱালপাৰাৰ অমৃত দাসৰ
author img

By

Published : Apr 8, 2019, 4:53 PM IST

বৰপেটা,৮ এপ্ৰিলঃ বৈধ ভাৰতীয় নাগৰিকক বিদেশী বুলি সন্দেহ কৰি গোৱালপাৰাৰ ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখা অমৃত দাসৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ জনিয়াৰ বিধায়ক তথা বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে প্ৰয়াত অমৃত দাসৰ দাসৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক জ্ঞাপন কৰে গভীৰ সমবেদনা ।

বিদেশীৰ সন্দেহত ডিটেনচন কেম্পত আৱদ্ধ অৱস্থাতে মৃত্যু গোৱালপাৰাৰ অমৃত দাসৰ

বৰপেটাৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৃত দাস নামৰ লোকজনক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰাৰ পাছত ২০১৭ চনৰ ২০ মেৰ পৰা আবদ্ধ হৈ আছিল গোৱালপাৰাৰ ডিটেনচন কেম্পত৷ অমৃত দাস নামৰ লোকজনে ডিটেনচন কেম্পত শনিবাৰে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ।ইফালে অমৃত দাসৰ পোষ্টমৰ্টেম পৰিয়ালৰ অজ্ঞাতে কৰাটো সন্দেহ জনক বুলি মন্তব্য কৰাৰ লগতে ডিটেনচন কেম্পত থকা সময় ছোৱাত অমৃত দাসৰ প্ৰতি মানৱীয় দৃষ্টি ভঙ্গীৰে দৃষ্টি নিদিয়াৰ অভিযোগ তোলে বিধায়ক তথা বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে৷

Intro:A/I বৈধ ভাৰতীয় নাগৰিকক বিদেশী বুলি সন্দেহ কৰি গোৱালপাৰাৰ ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা অমৃত দাসৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ জনিয়াৰ বিধায়ক তথা বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে প্ৰয়াত অমৃত দাসৰ দাসৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰি কয় আইনৰ দৃষ্টিত জীৱিত কালত যদি বিদেশী বুলি ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখা হয় মৃত্যুৰ পাছত সেইজন বিদেশীক ভাৰতবৰ্ষ তথা অসমত কিয় সৎকাৰ বা কবৰ দিয়াৰ বাবে আইনে অনুমতি দিয়ে বুলিও প্ৰশ্ন উত্থাপন কৰে আব্দুল খালেকে ৷ Body:V/O বৰপেটাৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৃত দাস নামৰ লোকজনক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰাৰ পাছত ২০১৭ চনৰ ২০ মেৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত আবদ্ধ হৈ আছিল ৷ অমৃত দাস নামৰ লোকজনে ডিটেনচন কেম্পত শনিবাৰে হৃদ ৰোগত আক্ৰান্ত হৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱাৰ পাছত পৰিয়ালৰ লোকে শনিবাৰে নিশাতেই খবৰটো পাব লাগিছিল যদিও ডিটেনচন কেম্প কৰ্তৃপক্ষই অমৃত দাসৰ মৃতদেহ চমজিলবলৈ দেওবাৰে বৰপেটাৰোড আৰক্ষীৰ হতুৱাই পৰিয়ালক খবৰ দিয়া ঘটনা সম্পৰ্কতো আব্দুল খালেকে অমৃত দাসৰ পোষ্ট মৰ্টেম ৰিপোৰ্ট পৰিয়ালৰ অজ্ঞাতে কৰাটো সন্দেহ জনক বুলি মন্তব্য কৰি ডিটেনচন কেম্পত থকা সময় ছোৱাত অমৃত দাসৰ প্ৰতি মানৱীয় দৃষ্টি ভঙ্গীৰে দৃষ্টি নিদিয়াৰ অভিযোগ তোলে বিধায়ক তথা বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ Conclusion:Abdul Khaleque Ahmed Etv Bharat
Barpeta road 9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.