ETV Bharat / state

ফনীৰ প্ৰভাৱঃ গোৱালপাৰা প্ৰশাসনৰ সতৰ্কবাণী - সাগৰীয় ধুমুহা

সাগৰীয় ধুমুহা ফনীক লৈ সকৰ্তবানী ঘোষণা কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে ৷ কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ ঘোষণাৰ পাছতে জিলাখনত জাৰী কৰা হৈছে সতৰ্কবানী ৷

গোৱালপাৰা প্ৰশাসনৰ সতৰ্কবানী জাৰী
author img

By

Published : May 4, 2019, 6:39 PM IST

গোৱালপাৰা, 4 মেঃ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ নিৰ্দেশনাৰ পৰৱৰ্তী সময়তে ৰাজ্যৰ বহুকেইখন জিলাত ঘোষণা কৰা হৈছে সতৰ্কবানী ৷ সাগৰীয় ধুমুহা ফনীক লৈ এইদৰে জাৰী কৰা হৈছে সতৰ্কবাণী ৷

গোৱালপাৰা প্ৰশাসনৰ সতৰ্কবানী জাৰী

ইতিমধ্যে ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাটো ঘোষণা কৰা হৈছে সতৰ্কবাণী ৷ পাঁচ মে'ত জিলাখনত ঘন্টাত ৫০-৬০ কিলোমিটাৰ বেগেৰে প্ৰৱেশ কৰিব ফনীয়ে ৷ ইয়াকে লৈ জিলাখনৰ সকলো ৰাইজ তথা ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাছমৰীয়াক সুৰক্ষিত স্থানত থাকিবলৈ সতৰ্ক কৰি দিছে জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকৰণে ৷

Anchor :- বিধ্বংসী 'ফেনী'ৰ প্ৰভাৱ, গোৱালপাৰা জিলাত সতৰ্কবাণী।

V.O. :- কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে গোৱালপাৰা জিলাকে ধৰি অসমৰ কেইবাখনো জিলাক বিধ্বংসী 'ফেনী'ৰ ভয়ংকৰ প্ৰভাৱৰ আশঙ্কাত সতৰ্ক কৰি দিছে।বতৰ বিজ্ঞান বিভাগে সতৰ্কতা জাৰী কৰিবলৈ ক্ৰমে ৰঙা, কমলা, হালধীয়া আৰু সেউজ শাখাত সতৰ্কতা জাৰী কৰে আৰু সেই অনুসৰি শনিবাৰৰ পৰা ৰাজ্যৰ আন কেবাখন জিলাৰ লগতে গোৱালপাৰা জিলাতো প্ৰবল বৰষুণ হব বুলি সতৰ্কতা জাৰী কৰে।অৱশ্যে জিলাখনত শুকুৰবাৰৰ পুৱাৰ পৰাই নেৰানেপেৰা বৰষুণ দি আছে।ইফালে গোৱালপাৰা জিলা প্ৰশাসনে পাঁচ মে দেওবাৰে গোৱালপাৰা জিলাত বিধ্বংসী 'ফেনী' য়ে ৫০-৬০ কিলোমিটাৰ বেগত জিলাখনত খুন্দিওআর সম্ভাৱনা আছে।সেয়েহে ফেনীৰ প্ৰভাৱৰ পৰা মুক্ত নোহোৱালৈকে জিলখনৰ নদ নদীসমূহত মাছমৰিয়া সকলক নিজকে সুৰক্ষিত হৈ থাকিবলৈ সতৰ্ক কৰি দিছে জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকৰণে।জিলাখনত নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বাসিন্দাসকলে আশংকাত ভুগিবলগীয়া হৈছে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.