ETV Bharat / state

গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত লুণ্ঠন - গৃহ আবণ্টন

বঞ্চিত দৰিদ্ৰ হিতাধিকাৰীৰ ক্ষোভৰ বহিঃপ্ৰকাশ

গৃহ আবণ্টনৰ নামত লুণ্ঠন পঞ্চায়ত প্ৰতিনিধিৰ
author img

By

Published : Mar 27, 2019, 4:55 PM IST

গোৱালপাৰা, 27 মাৰ্চ : গোৱালপাৰাৰ জলেশ্বৰ বিধান সভা সমষ্টিৰ অধীনস্থ গোসাঁইডুবি গাঁও পঞ্চায়তত চূড়ান্ত অৰাজকতা । প্ৰধানমন্ত্ৰী আৱাস বিকাশ যোজনাৰ অধীনত গৃহ দিয়াৰ নামত হাজাৰ হাজাৰ টকাৰ উৎকোচৰ অভিযোগ পঞ্চায়ত সচিব সহ প্ৰতিনিধিৰ বিৰুদ্ধে । পঞ্চায়ত সচিব ছাহানুৰ জামাল আজাদে পঞ্চায়তৰ সদস্য আৰু জি আৰ এচৰ জৰিয়তে আৱাস গৃহ আবণ্টনৰ নামত একোগৰাকী হিতাধিকাৰীৰ পৰা দুইৰ পৰা পাঁচ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰি অহাৰ অভিযোগ বঞ্চিত হিতাধিকাৰীৰ ৷ ইপিনে ধন আদায় দিব নোৱাৰিলে হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ঘৰ ৷

গৃহ আবণ্টনৰ নামত লুণ্ঠন পঞ্চায়ত প্ৰতিনিধিৰ

পঞ্চায়ত সচিবৰ এই দুৰ্নীতিৰ বিৰুদ্ধে বুধবাৰে ওলাই আহিল ক্ষোভত ফাটি পৰা বঞ্চিত হিতাধিকাৰীসকল ৷ পঞ্চায়ত সচিবৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰকাৰ জবাব দিহি কৰিলে সচিব ছাহানুৰ জামাল আজাদক ৷

Slug _ Gherao GP secretary vis+byte send FTP.Jahidul.27.03.19
      
Anchor _ ৰাইজৰ উগ্ৰ মূৰ্তি ।শ শ পুৰুষ মহিলাই ঘেৰাও কৰিলে পঞ্চায়ত সচিব ক। প্ৰধান মন্ত্ৰী আৱাস  যোজনাৰ অধীনত গৃহ দিয়াৰ নামত হাজাৰ হাজাৰ টকাৰ উৎকোচ পঞ্চায়ত সচিব সহ প্ৰতিনিধিৰ।কাজেই খৰ্গহস্ত বঞ্চিত দুখীয়া হিতাধিকাৰী।
            পৰিবৰ্তনৰ শ্লোগান দিয়া চৰকাৰ খনৰ কালছোৱাত শিৰাই শিৰাই দূৰ্নীতি গাঁও পঞ্চায়তত।
         হয়! গোৱালপাৰাৰ জলেশ্বৰ বিধান সভা সমষ্টিৰ অধীনস্থ গোসাঁই ডুবি গাঁও পঞ্চায়তত চূড়ান্ত অৰাজকতা। পঞ্চায়ত সচিব ছাহানুৰ জামাল আজাদে পঞ্চায়ত সদস্য আৰু জি আৰ এচ ৰ জৰিয়তে আৱাস গৃহ আবণ্টনৰ নামত চলাইছে লুণ্ঠন। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ নামত একোগৰাকী হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰি আহিছে দুই ৰ পৰা পাঁচ হাজাৰ টকা পৰ্য্যন্ত। ধন আদায় দিব নোৱাৰা হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী গৃহ। অকল ধন দিলেহে লাভ কৰে গৃহ। ফলত আজি এই ৰূদ্ৰ মূৰ্তি। পঞ্চায়ত সচিবৰ কাৰ্যালয়ত স্বয়ং সচিবৰ সন্মুখত মূৰ্দাবাদ ধ্বনি। এক প্ৰকাৰ জবাব দিহি কৰিলে সচিব গৰাকীক। সম্প্ৰতি এই দৰেই চলিছে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ নামত ধনৰ লেনদেন। 
      
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.