ETV Bharat / state

ৰাজ্যজুৰি ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদত ব্যাহত পাঠদান

ঠিকা ভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী ৷ ব্যাহত পাঠদান প্ৰক্ৰিয়া । কাজেই বিদ্যালয় চৌহদত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ।

বন্ধ পাঠদান, প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী
author img

By

Published : Aug 6, 2019, 7:56 AM IST

গোৱালপাৰা, 6 আগষ্ট: অসম চৰকাৰ তথা শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে ঠিকা ভিত্তিক শিক্ষক সকলৰ সমস্যা সমাধান নকৰাত এতিয়া জীয়াতু ভুগিছে শিক্ষাৰ্থীসকলে ৷ গৰমৰ বন্ধ শেষ হোৱাৰ পিছতো ৰাজ্যৰ বহু চৰকাৰী বিদ্যালয়ত বন্ধ হৈ আছে পাঠদান ৷ সোমবাৰে পাঠদান বন্ধ হৈ থকাৰ বাবে প্ৰতিবাদত নামিল পশ্চিম গোৱালপাৰাৰ আমবাৰী বজাৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকল ৷ কাৰণ বিদ্যালয় খনৰ ঠিকা ভিত্তিক শিক্ষক সকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিতৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বন্ধ হৈ আছে পাঠদান ৷ ফলত শিক্ষাৰ অধিকাৰ, শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে ৷ একেই পৰিবেশ লক্ষীপুৰ ছোৱালী হাইস্কুলতো ৷ বন্ধ হৈ আছে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ পাঠদান ৷

Intro:পশ্চিম গোৱালপাৰা : 5 আগষ্ট : ঠিকা ভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী। স্থগিত পাঠদান প্ৰক্ৰিয়া। কাজেই বিদ্যালয় চৌহদত প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ। Body: অসম চৰকাৰ তথা শিক্ষা মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে ঠিকা ভিত্তিক শিক্ষক সকলৰ সমস্যা সমাধান নকৰাত এতিয়া জীয়াতু ভুগিছে শিক্ষাৰ্থী সকলে। গৰমৰ বন্ধ শেষ হোৱাৰ পিছতো বিদ্যালয়ত বন্ধ হৈ আছে পাঠদান। আমবাৰী বজাৰ হাইস্কুলৰ ছাত্ৰ ছাত্ৰী নামিল প্ৰতিবাদত। কাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিতৰ দৰে গুৰুত্ব পূৰ্ণ বিষয়ত বন্ধ পাঠদান। ফলত শিক্ষাৰ অধিকাৰ, শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ছাত্ৰ ছাত্ৰীয়ে । অকল এয়াই নহয় লক্ষীপুৰ ছোৱালী হাইস্কুলতো একেই পৰিবেশ। ইয়াতো বন্ধ পাঠদান। মুঠতে ঠিকা ভিত্তিক শিক্ষক নিযুক্ত হৈ থকা বিদ্যালয় সমূহত বন্ধ পাঠদান। এই সকল ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ কথা দিছপুৰত থম থমকৈ বহি থকা সকলে কেতিয়াবা অনুভৱ কৰিবনে ?Conclusion:বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.