গোৱালপাৰা, 7 চেপ্তেম্বৰঃ গোৱালপাৰাত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাটত নিহত হোৱা ১২টা পৰিয়ালক আগবঢ়োৱা হয় আৰ্থিক সাহায্য ৷ প্ৰতিটো পৰিয়ালক ৪ লাখকৈ মুঠ ৪৮ টকা লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় বনমন্ত্ৰী গৰাকীয়ে ৷ গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাৰ জৰিয়তে আগবঢ়োৱা হয় এই সাহায্য ৷ জিলা খনৰ মীন বিভাগ, আৱকাৰী বিভাগ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক আলোচনাত মিলিত হৈ বিভিন্ন আঁচনিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷
গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য - মুঠ ৪৮ টকা লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায় বনমন্ত্ৰী গৰাকীয়ে
গোৱালপাৰাত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাটত নিহত হোৱা ১২ টাকৈ পৰিয়াললৈ আগবঢ়োৱা হয় আৰ্থিক সাহায্য ৷ প্ৰতিটো পৰিয়াললৈ ৪ লাখকৈ মুঠ ৪৮ টকা লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায় বনমন্ত্ৰী গৰাকীয়ে ৷
![গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4369453-thumbnail-3x2-goalpara.jpg?imwidth=3840)
গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
গোৱালপাৰা, 7 চেপ্তেম্বৰঃ গোৱালপাৰাত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাটত নিহত হোৱা ১২টা পৰিয়ালক আগবঢ়োৱা হয় আৰ্থিক সাহায্য ৷ প্ৰতিটো পৰিয়ালক ৪ লাখকৈ মুঠ ৪৮ টকা লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় বনমন্ত্ৰী গৰাকীয়ে ৷ গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাৰ জৰিয়তে আগবঢ়োৱা হয় এই সাহায্য ৷ জিলা খনৰ মীন বিভাগ, আৱকাৰী বিভাগ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক আলোচনাত মিলিত হৈ বিভিন্ন আঁচনিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷
গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
Intro:Anchor :- গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈধ্য।হাতীৰ আক্ৰমণত নিহত হোৱা পৰিয়ালক আগবঢ়ালে চাৰি লাখ টকাকৈ আৰ্থিক সাহায্য। ১২ টা পৰিয়ালক ৪ লাখকৈ মুঠ ৪৮ টকা লাখ টকা আৰ্থিক সাহায্য আগবঢ়ালে মন্ত্ৰী শুক্লবৈধ্যই।
Body:Anchor :- গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈধ্য।হাতীৰ আক্ৰমণত নিহত হোৱা পৰিয়ালক আগবঢ়ালে চাৰি লাখ টকাকৈ আৰ্থিক সাহায্য। ১২ টা পৰিয়ালক ৪ লাখকৈ মুঠ ৪৮ টকা লাখ টকা আৰ্থিক সাহায্য আগবঢ়ালে মন্ত্ৰী শুক্লবৈধ্যই।
V.O :- গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈধ্য।হাতী-মানুহৰ সংঘাতত গোৱালপাৰা জিলাত নিহত হোৱা ১২ টাকৈ পৰিয়ালৰ লোকলৈ আগবঢ়ালে আৰ্থিক সাহায্য।গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সভাৰ জৰিয়তে আগবঢ়ালে এই আৰ্থিক সাহায্য।প্ৰতিটো পৰিয়ালে বনমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিলে চাৰি লাখ টকাৰ চেক।এই আৰ্থিক সাহায্য আগবঢ়োৱাৰ পিছতে জিলা খনৰ মীন বিভাগ, আৱকাৰী বিভাগ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক আলোচনাত মিলিত হৈ বিভিন্ন পৰিস্থিতিৰ লগতে আঁচনিৰ বুজ ললে।আলোচনাৰ অন্তত মন্ত্ৰী শুক্লবৈদই জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদিত ৰোপণ কৰিলে ফুলৰ গছ।লগতে জিলাখনত ১৩ লাখ গছপুলি ৰোপণ কৰাৰ কথাও সাংবাদিকৰে বাৰ্তালাপত উল্লেখ কৰে।
বাইট :- মন্ত্ৰী শুক্লবৈধ্য।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
Conclusion: