ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰত চুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত - EAST BILASHIPARA

উক্ত ট্ৰাকখনত গোলাঘাটৰ পৰা নাগপুৰলৈ অবৈধ ভাৱে সৰবৰাহ কৰা হৈছিল চুপাৰী ৷

পূৱ বিলাসীপাৰাৰ চাপৰত চুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ
author img

By

Published : Jul 7, 2019, 5:32 PM IST

  • পূৱ বিলাসীপাৰাৰ চাপৰৰ পাখিৰিতলস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
  • নিয়ন্ত্ৰণ হেৰুৱাই এখন লঘু বাহনৰ ওপৰত বাগৰি পৰে তীব্ৰ বেগী MP-09-HH-8267 নম্বৰৰ ট্ৰাকখন
  • কথমপি প্ৰাণৰক্ষা পৰে লঘু বাহনখনৰ চালকৰ
  • আনহাতে উক্ত ট্ৰাকখনত গোলাঘাটৰ পৰা নাগপুৰলৈ অবৈধ ভাৱে সৰবৰাহ কৰা হৈছিল চুপাৰী
  • তথ্য অনুসৰি ট্ৰাকখনত ৫০ লক্ষাধিক টকাৰ চুপাৰী আছিল
  • চাপৰ আৰক্ষীৰ তদন্ত অব্যাহত

Intro:পূৱ বিলাসীপাৰাৰ চাপৰত চুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ।Body:বিলাসীপাৰা পূৱ, ০৭ জুলাই:

পূৱ বিলাসীপাৰাৰ চাপৰৰ পাখিৰিতলস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰবিবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী MP-09-HH-8267 নম্বৰৰ ট্ৰাক এখন বাগৰি পৰিল পথৰ দাতিত থকা AS-19-AC-1233 নম্বৰৰ এখন লঘু বাহনৰ ওপৰত ।*

কিন্তু??????

*কথমপি প্ৰাণৰক্ষা পৰে লঘু বাহনখনৰ চালক জনৰ ।*

*ইপিনে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য । কাৰণ ট্ৰাক খনত আছিল চুপাৰী ভৰ্তি ।*
*গোলাঘাটৰ পৰা নাগপুৰ অভিমুখে নিয়া হৈছিল এই চুপাৰী সমূহ ।*

*চুপাৰী সমূহ অবৈধ ভাৱে সৰবৰাহ কৰাৰ সন্দেহ ৰাইজৰ । সমগ্র বিষয়টো তদন্তৰ দাবী জনাইছে ৰাইজে । প্ৰায় পঞ্চাশ লক্ষাধিক টকাৰ চুপাৰী আছে ট্ৰাক খনত । ইতিমধ্যে চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।*Conclusion:BYTE: 1.PUBLIC
2. DRIVER

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.