ETV Bharat / state

ডিমা হাছাওত উপলব্ধ হ’ব টিটেনাচ আৰু দ্বীপথেৰিয়াৰ ভেকচিন

ডিমা হাছাও জিলাত 14 ডিচেম্বৰৰ পৰা উপলব্ধ হ’ব টিটেনাচ আৰু দ্বীপথেৰিয়া ভেকচিন । 10ৰ পৰা 16 বছৰীয়া ল’ৰা-ছোৱালীক দিয়া হ’ব এই ভেকচিন । সংবাদমেল সম্বোধন কৰি এই মন্তব্য চিকিৎসক ডাঃ মেৰিনা এল চাংসনৰ ৷

author img

By

Published : Dec 11, 2020, 11:14 AM IST

vaccine in dima hasao
ডিমা হাছাওত উপলব্ধ হ’ব টিটেনাচ আৰু দ্বীপথেৰিয়াৰ ভেকচিন

ডিমা হাছাও,11 ডিচেম্বৰ : আগন্তুক 14 ডিচেম্বৰৰ পৰা ডিমা হাছাও জিলাত উপলব্ধ হ’ব টিটেনাচ আৰু দ্বীপথেৰিয়া ভেকচিন । বৃহস্পতিবাৰে হাফলং স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চিকিৎসক ডাঃ মেৰিনা এল চাংসনে এই কথা সদৰি কৰে ।

সংবাদমেলযোগে তেওঁ কয় যে, 14 ডিচেম্বৰৰ পৰা ডিমা হাছাওত এই ভেকচিন দিয়া হ’ব । তিনি সপ্তাহ ধৰি এই ভেকচিনৰ কৰ্মসূচী চলিব ।

লগতে চিকিৎসক ডাঃ মেৰিনা এল চাংসনে কয় যে, ডিমা হাছাও জিলাৰ অন্তৰ্গত গাঁও আৰু চহৰত 10ৰ পৰা 16 বছৰীয়া ল’ৰা-ছোৱালীক টিটেনাচ আৰু দ্বীপথেৰিয়া ভেকচিন দিয়া হ’ব । এই ক্ষেত্ৰত সকলো অভিভাৱকক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় চিকিৎসক গৰাকীয়ে ৷

লগতে পঢ়ক : মঙলদৈত দিব্যাংগৰ মাজত সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.