ETV Bharat / state

পাহাৰ লাইনত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল ৰে'ল চলাচল - ৰেল চলাচল আৰম্ভ পাহাৰ লাইনত।

বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ।

পাহাৰ লাইনত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল ৰে'ল চলাচল
author img

By

Published : Jul 19, 2019, 2:07 AM IST

ডিমা হাছাও 19 জুলাইঃ ১৯ জুলাইৰ পৰা পাহাৰ লাইনত পৰীক্ষামূলকভাৱে মালবাহী গাড়ী চলাৰ বিপৰীতে আগন্তুক 20 জুলাইৰ পৰা চলিব যাত্ৰীবাহী ৰে'ল । বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ।

উল্লেখ্যে যে, বিগত ১২ জুলাইৰ পৰা নেৰা নেপেৰা বৰষুণৰ ফলত লামডিং-শিলচৰ ব্ৰডগেজে ৰেলপথৰ নিউহাফলং আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজত ৰেললাইন খহি পৰাৰ ফলত বিগত এসপ্তাহৰ পৰা বন্ধ হৈ আছিল ৰেল চলাচল ।

Intro:ডিমা হাছাও ১৮ জুলাই: পাহাৰ লাইনত অৱশেষত আজি সন্ধিয়াৰ পৰা পুনৰায় ৰেল চলাচল আৰম্ভ হল। আজি সন্ধিয়া ৬ টা বজাত উত্তৰ পূব সীমান্ত ৰেলৰ ইঞ্জিনিয়াৰিং বিভাগৰ পৰা ৰেল চলাচলৰ সবুজ সংকেত পোৱাৰ পিছতে প্ৰথমতে পৰীক্ষা মূলক মালগাড়ী চলে।Body:অহাকালি পাহাৰ লাইনত পৰীক্ষা মূলক মালগাড়ী চলিব। ইয়াৰ পিছত ২০ জুলাইৰ পৰা যাত্ৰীবাহী ৰেল চলাচল আৰম্ভ হব বুলি উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই সদৰী কৰে। Conclusion:উল্লেখযোগ্য যোৱা ১২ জুলাই নেৰে নেপেৰা বৰুষণৰ ফলত লামডিং-শিলচৰ ব্ৰডগেজে ৰেলপথৰ নিউহাফলং আৰু জাতিঙা লামপুৰ ষ্টেচনৰ মাজত ১১০/৪-৫ কিলোমিটাৰ এলেকাত ৰেললাইনৰ নিচৰ পৰা মাটি খহি পৰা আৰু ভূমিস্খলনৰ ফলত যোৱা একসপ্তাহৰ পৰা পাহাৰ লাইনত ৰেল চলাচল বন্ধ আছিল। ইয়াৰ পিছত যুদ্ধকালীন তৎপৰতাৰে ৰেলকৰ্মী সকলোকে ৰেলপথ মেৰামতি কৰি ৰেলপথ খন সুচল কৰি তুলিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.