ETV Bharat / state

ডিমা হাছাওত ক’ৰণাক লৈ তথ্য আৰু জন সংযোগ বিভাগৰ বিশেষ পদক্ষেপ

বিশেষকৈ ৰাইজৰ মাজত ক’ভিডক লৈ সজাগতা সৃষ্টি কৰাৰ বাবে ডিমা হাছাও জিলাৰ তথ্য আৰু জন সংযোগ বিভাগে এটা সজাগতা মূলক ভিডি’অ মুকলি কৰে । এই ভিডিঅ’ৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভাগটোৱে ।

ডিমা হাছাওত ক’ৰণাকলৈ তথ্য আৰু জন সংযোগ বিভাগৰ বিশেষ পদক্ষেপ

author img

By

Published : May 22, 2021, 10:38 PM IST

ডিমা হাছাও, 22 মে’: ক’ভিডৰ ভয়ংকৰ পৰিস্থিতিক লৈ এতিয়া ডিমা হাছাও জিলাত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস জিলা তথ্য আৰু জন সংযোগ বিভাগৰ । বিশেষকৈ ৰাইজৰ মাজত ক’ভিডক লৈ সজাগতা সৃষ্টি কৰাৰ বাবে ডিমা হাছাও জিলাৰ তথ্য আৰু জন সংযোগ বিভাগে এটা সজাগতা মূলক ভিডিঅ’ মুকলি কৰে । এই ভিডিঅ’ৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভাগটোৱে ।

ইয়াৰ পিছতেও পাহাৰীয়া জিলাখনৰ একাংশ ৰাইজৰ গা লৰা নাই ক’ভিড-19ৰ ভয়ংকৰ সংক্ৰমণক লৈ । এতিয়া জিলাখনৰ গাঁও সমূহত ভয়ংকৰ হাৰত বিয়পি পৰিছে ক’ভিডৰ সংক্ৰমণ । একেদৰে হাফলং চহৰত ক’ভিড বিধি উলংঘা কৰি বজাৰত ভিৰ কৰিছে ৰাইজে ।

ডিমা হাছাওত ক’ৰণাকলৈ তথ্য আৰু জন সংযোগ বিভাগৰ বিশেষ পদক্ষেপ

সামাজিক দূৰত্ব দূৰৈৰে কথা মুখত মাস্ক এখনো পৰিধান কৰা দেখা নগ’ল একাংশক ৷ যাৰ বাবে পাহাৰীয়া জিলাখনত ভয়ংকৰ ৰূপ লৈছে ক’ভিড-19ৰ পৰিস্থিতি ।

উল্লেখযোগ্য যে, হাফলংৰ পাৰ্শ্বৱৰ্তী মলহয় গাঁৱত বহু লোক ক’ৰণাত আক্ৰান্ত হৈছে । যাৰ বাবে এতিয়া গাঁৱখনৰ ৰাইজে নিজেই লক ডাউন ঘোষণা কৰিছে ।

এতিয়াৰ পৰা এই গাঁও খনত বাহিৰৰ পৰা কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব আৰু গাঁও খনৰ পৰা কোনো ব্যক্তি বাহিৰত ওলাব নোৱাৰিব। সম্প্ৰতি গাঁও ৰক্ষী বাহিনী সম্পূৰ্ণ সষ্টম হৈ আছে গাঁৱখনত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰৰ ক্ষেত্ৰত ।

লগতে পঢ়কঃ সোণাৰি থানা পালেহি সদ্য মুক্তি প্ৰাপ্ত ৰিতুল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.