ETV Bharat / state

ডিমা হাছাও জিলাত প্ৰৱল শীত নমাইছে তুষাৰপাতে - ডিমা হাছাও জিলাত শীতৰ প্ৰকোপ বৃদ্ধি

বৰাইল পাহাৰত হোৱা তুষাৰপাতৰ ফলত শীতৰ প্ৰকোপ বৃদ্ধি ডিমা হাছাও জিলাত

snowfall at Dima hasao
ডিমা হাছাও জিলাত তুষাৰপাত
author img

By

Published : Jan 30, 2020, 4:36 PM IST

ডিমা হাছাও, 30 জানুৱাৰীঃ যোৱা কিছুদিনৰ পৰা শীতৰ প্ৰকোপ ব্যাপক হাৰত বাঢ়ি গৈছে ডিমা হাছাও জিলাত। শীতৰ কাৰণে জনজীৱন বিপৰ্যস্ত হৈ পৰিছে জিলাখনৰ। প্ৰচণ্ড শীতৰ কাৰণে সন্ধিয়া হোৱাৰ পিছতে জনশূন্যহীন হৈ পৰে চহৰৰ বাট-পথ ৷

snowfall at Dima hasao
ডিমা হাছাও জিলাত তুষাৰপাত

বৰাইল পাহাৰ আৰু ইয়াৰ ওচৰে পাঁজৰে জাতিংগা আদিকে ধৰি বিভিন্ন ঠাইত তুষাৰপাতৰ ফলত হাফলং চহৰৰ তাপমাত্ৰা যথেষ্ট কমিছে । হাফলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা এইকেইটা দিনত আছিল 7 ডিগ্ৰী চেলচিয়াছ।

snowfall at Dima hasao
ডিমা হাছাও জিলাত তুষাৰপাত

উল্লেখযোগ্য যোৱা 23 জানুৱাৰীৰ পৰা তুষাৰপাত হৈ আছে বৰাইল অঞ্চলত। তুষাৰপাতৰ লগত হিমচেঁচা বতাহে ব্যাপক হাৰত শীতৰ হাৰ বৃদ্ধি কৰিছে শৈল চহৰ হাফলঙত।

snowfall at Dima hasao
ডিমা হাছাও জিলাত তুষাৰপাত

লগতে পঢ়কঃআমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি

Intro:ডিমা হাছাও 29 অক্টোবৰ: যোৱা কিছুদিনৰ পৰা শীতৰ প্ৰকোপ ব্যাপক হাৰত বাঢ়ি গৈছে ডিমা হাছাও জিলাত। শীতৰ কাৰণে জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিছে জিলাখনৰ। প্ৰচণ্ড শীতৰ কাৰণে সন্ধিয়া হোৱাৰ পিছত চহৰৰ পথচোৱা বজাৰ পোহৰ জনশূন্যহীন হৈ পৰে।Body:বৰাইল পাহাৰ আৰু ইয়াৰ ওচৰে পাজৰে জাতিংগা আদিকে ধৰি ঠাইত তুষাৰপাতৰ ফলত হাফলং চহৰৰ তাপমাত্ৰা তলত নামি গৈছে। হাফলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা এই কেইটা দিনত আছিল 7 ডিগ্ৰী চেলচিয়াছ।Conclusion:উল্লেখযোগ্য যোৱা 23 জানুৱাৰীৰ পৰা বৰাইলত তুষাৰপাত হৈ আছে। তুষাৰপাতৰ লগত কনকন বতাহে শীত ব্যাপক হাৰত বৃদ্ধি পাইছে শৈল চহৰ হাফলংত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.