শিলচৰ, 29 জুলাইঃ দেওবাৰে নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱা ফটো সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত শিলচৰ শ্মশানঘাটত শেষকৃত্য সম্পন্ন কৰা হয় ৷ তাৰ পূৰ্বে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে শিলচৰ গান্ধী পাৰ্কত সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে,দীৰ্ঘদিন ধৰি শিলচৰৰ ৰাজপথত তীব্ৰ গতিত চলা ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰি আহিছে ৷ সেয়ে এনে ট্ৰাক চালকক নিয়ন্ত্ৰণৰ দাবীত মঙলবাৰে 12 ঘণ্টীয়া কাছাৰ বন্ধৰ ঘোষণা কৰিছে ৷
বৰাকৰ ফটো সাংবাদিক মলিন শৰ্মাৰ শেষকৃত্য সম্পন্ন - শেষকৃত্য
দেওবাৰে নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱা ফটো সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত শিলচৰ শ্মশান ঘাটত শেষকৃত্য সম্পন্ন কৰা হয়
![বৰাকৰ ফটো সাংবাদিক মলিন শৰ্মাৰ শেষকৃত্য সম্পন্ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3981189-thumbnail-3x2-ghvfjdgf---copy.jpg?imwidth=3840)
শিলচৰ, 29 জুলাইঃ দেওবাৰে নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱা ফটো সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত শিলচৰ শ্মশানঘাটত শেষকৃত্য সম্পন্ন কৰা হয় ৷ তাৰ পূৰ্বে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে শিলচৰ গান্ধী পাৰ্কত সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে,দীৰ্ঘদিন ধৰি শিলচৰৰ ৰাজপথত তীব্ৰ গতিত চলা ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰি আহিছে ৷ সেয়ে এনে ট্ৰাক চালকক নিয়ন্ত্ৰণৰ দাবীত মঙলবাৰে 12 ঘণ্টীয়া কাছাৰ বন্ধৰ ঘোষণা কৰিছে ৷
চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ পিচত শিলচৰ মেডিকেল কলেজৰ পৰা তেওঁৰ মৃতদেহ শিলচৰৰ সাংবাদিক সকলে মিছিল কৰি লৈ যায় ।Body:NEWS Silchar 29July.
চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ পিচত শিলচৰ মেডিকেল কলেজৰ পৰা তেওঁৰ মৃতদেহ শিলচৰৰ সাংবাদিক সকলে মিছিল কৰি লৈ যায় ৷ শহৰৰ বিভিন্ন পথ অতিক্ৰম কৰি প্ৰথমে সাংবাদিক গৰাকীৰ মৃতদেহ হসপিটেল ৰোড তেওঁৰ নিজ অফিচৰ সম্মুখত লৈ যোৱা হয় তাতে তেওঁৰ অফিচৰ সহকৰ্মী সকলে শ্ৰদ্ধাঞ্জলি দে ৷ পিচত তেওঁৰ মৃতদেহ মিছিল কৰি লৈ যোৱা হয় শিলচৰ গান্ধী পাৰ্কত ৷ তাতে শহৰৰ বিভিন্ন দল সংগঠন সহ ৰাইজে তাতে শ্ৰদ্ধাঞ্জলী দিয়ে ৷ শ্ৰদ্ধাঞ্জলী দিয়াৰ পিচত মৃতদেহ মিছিল কৰি লৈ যোৱা হয় শিলচৰ শ্মশানঘাটত ৷ শিলচৰ শ্মশানঘাটত সাংবাদিক মলিন শৰ্মাৰ শেষকৃত সম্পৰ্ণ হয় ৷ সাংবাদিক মলিন শৰ্মাৰ অকাল বিয়োগত সাংবাদিক মহলত এক শোকৰ চায়া পৰিলক্ষিত হয় ৷ তেওঁৰ মৃত্যুৰ ভাবে বিভিন্ন জনে কাছাৰ জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক দায়ি কৰিছে ৷ কিহেনো শিলচৰ শহৰত বহু দিন দৰি তীব্ৰ গতিত চলা ট্ৰাক সমূহক প্ৰশাসনে লাগাম লাগাব পৰা নাই ৷ যাৰ পলত বিভিন্ন সময়ত এনে ভয়ংকৰ দুৰ্ঘটনা শহৰত সংগঠিত হৈ আহিয়াছে ৷ শিঘ্ৰেই এনে খুনি ট্ৰাক চালক সকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ দাবি জনাইছে বিভিন্ন দল সংগঠনে লগত অহা কালি ১২ ঘন্টিয়া কাছাৰ জিলা বন্ধৰ ডাক দিছে ৷
উল্লেখ যোৱা কালি নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰাইছে চিত্ৰ সাংবাদিক মলিন শৰ্মায় ৷ নিজৰ কৰ্তব্য শেষ কৰি নিশা ঘৰত উভতি যোৱাৰ সময়ত পিচ পালৰ পৰা তীব্ৰ গতিত আহা এখন ট্ৰাকে খুন্দা মাৰে পিলত থিতাতে মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁ ৰাখি গৈছে তেওঁৰ পত্নী আৰু এজন ১১ বছৰিয়া কন্যা সহ অসংখ্যক আত্মীয় স্বজন ৷Conclusion:NEWS Silchar 29July.
চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ পিচত শিলচৰ মেডিকেল কলেজৰ পৰা তেওঁৰ মৃতদেহ শিলচৰৰ সাংবাদিক সকলে মিছিল কৰি লৈ যায় ৷ শহৰৰ বিভিন্ন পথ অতিক্ৰম কৰি প্ৰথমে সাংবাদিক গৰাকীৰ মৃতদেহ হসপিটেল ৰোড তেওঁৰ নিজ অফিচৰ সম্মুখত লৈ যোৱা হয় তাতে তেওঁৰ অফিচৰ সহকৰ্মী সকলে শ্ৰদ্ধাঞ্জলি দে ৷ পিচত তেওঁৰ মৃতদেহ মিছিল কৰি লৈ যোৱা হয় শিলচৰ গান্ধী পাৰ্কত ৷ তাতে শহৰৰ বিভিন্ন দল সংগঠন সহ ৰাইজে তাতে শ্ৰদ্ধাঞ্জলী দিয়ে ৷ শ্ৰদ্ধাঞ্জলী দিয়াৰ পিচত মৃতদেহ মিছিল কৰি লৈ যোৱা হয় শিলচৰ শ্মশানঘাটত ৷ শিলচৰ শ্মশানঘাটত সাংবাদিক মলিন শৰ্মাৰ শেষকৃত সম্পৰ্ণ হয় ৷ সাংবাদিক মলিন শৰ্মাৰ অকাল বিয়োগত সাংবাদিক মহলত এক শোকৰ চায়া পৰিলক্ষিত হয় ৷ তেওঁৰ মৃত্যুৰ ভাবে বিভিন্ন জনে কাছাৰ জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক দায়ি কৰিছে ৷ কিহেনো শিলচৰ শহৰত বহু দিন দৰি তীব্ৰ গতিত চলা ট্ৰাক সমূহক প্ৰশাসনে লাগাম লাগাব পৰা নাই ৷ যাৰ পলত বিভিন্ন সময়ত এনে ভয়ংকৰ দুৰ্ঘটনা শহৰত সংগঠিত হৈ আহিয়াছে ৷ শিঘ্ৰেই এনে খুনি ট্ৰাক চালক সকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ দাবি জনাইছে বিভিন্ন দল সংগঠনে লগত অহা কালি ১২ ঘন্টিয়া কাছাৰ জিলা বন্ধৰ ডাক দিছে ৷
উল্লেখ যোৱা কালি নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰাইছে চিত্ৰ সাংবাদিক মলিন শৰ্মায় ৷ নিজৰ কৰ্তব্য শেষ কৰি নিশা ঘৰত উভতি যোৱাৰ সময়ত পিচ পালৰ পৰা তীব্ৰ গতিত আহা এখন ট্ৰাকে খুন্দা মাৰে পিলত থিতাতে মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁ ৰাখি গৈছে তেওঁৰ পত্নী আৰু এজন ১১ বছৰিয়া কন্যা সহ অসংখ্যক আত্মীয় স্বজন ৷