ETV Bharat / state

বৰাকৰ ফটো সাংবাদিক মলিন শৰ্মাৰ শেষকৃত্য সম্পন্ন - শেষকৃত্য

দেওবাৰে নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱা ফটো সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত শিলচৰ শ্মশান ঘাটত শেষকৃত্য সম্পন্ন কৰা হয়

ফটো সাংবাদিক মলিন শৰ্মাৰ শেষকৃত্য সম্পন্ন
author img

By

Published : Jul 29, 2019, 9:03 PM IST

শিলচৰ, 29 জুলাইঃ দেওবাৰে নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱা ফটো সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত শিলচৰ শ্মশানঘাটত শেষকৃত্য সম্পন্ন কৰা হয় ৷ তাৰ পূৰ্বে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে শিলচৰ গান্ধী পাৰ্কত সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে,দীৰ্ঘদিন ধৰি শিলচৰৰ ৰাজপথত তীব্ৰ গতিত চলা ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰি আহিছে ৷ সেয়ে এনে ট্ৰাক চালকক নিয়ন্ত্ৰণৰ দাবীত মঙলবাৰে 12 ঘণ্টীয়া কাছাৰ বন্ধৰ ঘোষণা কৰিছে ৷

Intro:NEWS Silchar 29July.
চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ পিচত শিলচৰ মেডিকেল কলেজৰ পৰা তেওঁৰ মৃতদেহ শিলচৰৰ সাংবাদিক সকলে মিছিল কৰি লৈ যায় ।Body:NEWS Silchar 29July.
চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ পিচত শিলচৰ মেডিকেল কলেজৰ পৰা তেওঁৰ মৃতদেহ শিলচৰৰ সাংবাদিক সকলে মিছিল কৰি লৈ যায় ৷ শহৰৰ বিভিন্ন পথ অতিক্ৰম কৰি প্ৰথমে সাংবাদিক গৰাকীৰ মৃতদেহ হসপিটেল ৰোড তেওঁৰ নিজ অফিচৰ সম্মুখত লৈ যোৱা হয় তাতে তেওঁৰ অফিচৰ সহকৰ্মী সকলে শ্ৰদ্ধাঞ্জলি দে ৷ পিচত তেওঁৰ মৃতদেহ মিছিল কৰি লৈ যোৱা হয় শিলচৰ গান্ধী পাৰ্কত ৷ তাতে শহৰৰ বিভিন্ন দল সংগঠন সহ ৰাইজে তাতে শ্ৰদ্ধাঞ্জলী দিয়ে ৷ শ্ৰদ্ধাঞ্জলী দিয়াৰ পিচত মৃতদেহ মিছিল কৰি লৈ যোৱা হয় শিলচৰ শ্মশানঘাটত ৷ শিলচৰ শ্মশানঘাটত সাংবাদিক মলিন শৰ্মাৰ শেষকৃত সম্পৰ্ণ হয় ৷ সাংবাদিক মলিন শৰ্মাৰ অকাল বিয়োগত সাংবাদিক মহলত এক শোকৰ চায়া পৰিলক্ষিত হয় ৷ তেওঁৰ মৃত্যুৰ ভাবে বিভিন্ন জনে কাছাৰ জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক দায়ি কৰিছে ৷ কিহেনো শিলচৰ শহৰত বহু দিন দৰি তীব্ৰ গতিত চলা ট্ৰাক সমূহক প্ৰশাসনে লাগাম লাগাব পৰা নাই ৷ যাৰ পলত বিভিন্ন সময়ত এনে ভয়ংকৰ দুৰ্ঘটনা শহৰত সংগঠিত হৈ আহিয়াছে ৷ শিঘ্ৰেই এনে খুনি ট্ৰাক চালক সকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ দাবি জনাইছে বিভিন্ন দল সংগঠনে লগত অহা কালি ১২ ঘন্টিয়া কাছাৰ জিলা বন্ধৰ ডাক দিছে ৷
উল্লেখ যোৱা কালি নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰাইছে চিত্ৰ সাংবাদিক মলিন শৰ্মায় ৷ নিজৰ কৰ্তব্য শেষ কৰি নিশা ঘৰত উভতি যোৱাৰ সময়ত পিচ পালৰ পৰা তীব্ৰ গতিত আহা এখন ট্ৰাকে খুন্দা মাৰে পিলত থিতাতে মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁ ৰাখি গৈছে তেওঁৰ পত্নী আৰু এজন ১১ বছৰিয়া কন্যা সহ অসংখ্যক আত্মীয় স্বজন ৷Conclusion:NEWS Silchar 29July.
চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ পিচত শিলচৰ মেডিকেল কলেজৰ পৰা তেওঁৰ মৃতদেহ শিলচৰৰ সাংবাদিক সকলে মিছিল কৰি লৈ যায় ৷ শহৰৰ বিভিন্ন পথ অতিক্ৰম কৰি প্ৰথমে সাংবাদিক গৰাকীৰ মৃতদেহ হসপিটেল ৰোড তেওঁৰ নিজ অফিচৰ সম্মুখত লৈ যোৱা হয় তাতে তেওঁৰ অফিচৰ সহকৰ্মী সকলে শ্ৰদ্ধাঞ্জলি দে ৷ পিচত তেওঁৰ মৃতদেহ মিছিল কৰি লৈ যোৱা হয় শিলচৰ গান্ধী পাৰ্কত ৷ তাতে শহৰৰ বিভিন্ন দল সংগঠন সহ ৰাইজে তাতে শ্ৰদ্ধাঞ্জলী দিয়ে ৷ শ্ৰদ্ধাঞ্জলী দিয়াৰ পিচত মৃতদেহ মিছিল কৰি লৈ যোৱা হয় শিলচৰ শ্মশানঘাটত ৷ শিলচৰ শ্মশানঘাটত সাংবাদিক মলিন শৰ্মাৰ শেষকৃত সম্পৰ্ণ হয় ৷ সাংবাদিক মলিন শৰ্মাৰ অকাল বিয়োগত সাংবাদিক মহলত এক শোকৰ চায়া পৰিলক্ষিত হয় ৷ তেওঁৰ মৃত্যুৰ ভাবে বিভিন্ন জনে কাছাৰ জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক দায়ি কৰিছে ৷ কিহেনো শিলচৰ শহৰত বহু দিন দৰি তীব্ৰ গতিত চলা ট্ৰাক সমূহক প্ৰশাসনে লাগাম লাগাব পৰা নাই ৷ যাৰ পলত বিভিন্ন সময়ত এনে ভয়ংকৰ দুৰ্ঘটনা শহৰত সংগঠিত হৈ আহিয়াছে ৷ শিঘ্ৰেই এনে খুনি ট্ৰাক চালক সকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ দাবি জনাইছে বিভিন্ন দল সংগঠনে লগত অহা কালি ১২ ঘন্টিয়া কাছাৰ জিলা বন্ধৰ ডাক দিছে ৷
উল্লেখ যোৱা কালি নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰাইছে চিত্ৰ সাংবাদিক মলিন শৰ্মায় ৷ নিজৰ কৰ্তব্য শেষ কৰি নিশা ঘৰত উভতি যোৱাৰ সময়ত পিচ পালৰ পৰা তীব্ৰ গতিত আহা এখন ট্ৰাকে খুন্দা মাৰে পিলত থিতাতে মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁ ৰাখি গৈছে তেওঁৰ পত্নী আৰু এজন ১১ বছৰিয়া কন্যা সহ অসংখ্যক আত্মীয় স্বজন ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.