ETV Bharat / state

কোভিড নহয় ডেংগু মেলেৰিয়া ত্ৰাসঃ কাৰণ জংঘলত কোৱাৰেন্টাইন 6 যুৱক

author img

By

Published : Jul 3, 2020, 1:23 PM IST

বাংগা​লুৰুৰ পৰা অহা ডিমা হাছাও জিলাৰ পুৰণি চিমপলাং দিছা গাৱঁৰ 6 জন যুৱকক ৷ আটাইকেইজনৰে কোভিডৰ ৰিপ'ৰ্ট নিগেটিভ অহা পাছত 15 জুনত স্বাস্থ্যবিভাগে তেওঁলোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে ৷ কিন্তু পুৰণি চিমপলাং দিছা গাঁওবাসীয়ে যুৱক কেইজনক গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷

People in the forest quarantine are more likely to be infected with dengue malaria
কভিদ নহয় ডেংগু মেলেৰিয়া ত্ৰাস

ডিমা হাছাও, 3 জুলাই: কোভিড নহয় ডেংগু মেলেৰিয়াৰ বাবে শংকিত হৈছে ডিমা হাছাওৰ জংঘলত কোৱাৰেন্টাইন হৈ থকা কেইজনমান ব্যক্তি ৷ জানিব পৰা মতে, 5 জুনত মাইবাং ডিগ্ৰী কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল বাংগা​লুৰুৰ পৰা অহা ডিমা হাছাও জিলাৰ পুৰণি চিমপলাং দিছা গাৱঁৰ 6 জন যুৱকক ৷ আটাইকেইজনৰে কোভিডৰ ৰিপ'ৰ্ট নিগেটিভ অহা পাছত 15 জুনত স্বাস্থ্য বিভাগে তেওঁলোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে ৷ কিন্তু পুৰণি চিমপলাং দিছা গাঁওবাসীয়ে যুৱক কেইজনক গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷ ফলশ্ৰুতিত 15 জুনৰ পৰা আজি পৰ্যন্ত 18 দিনে জংঘলত কোৱাৰেন্টাইন হৈ আছে 6 যুৱক ৷ আনহাতে 18 দিন জংঘলত কোৱাৰেন্টাইন হৈ থকা পাছতো এতিয়ালৈ যুৱক কেইজনৰ দ্বিতীয় কৰ'ণা ৰিপ'ৰ্ট অহা নাই বুলি অভিযোগ উত্থাপন কৰিছে য়ুৱক কেইজনে ৷

ইফালে,জংঘলত মহ-দাহে কামোৰা ফলত ডেংগু,মেলেৰিয়াক লৈ শংকিত হৈ পৰিছে যুৱক কেইজন ৷ খাদ্য সামগ্ৰী,বিশুদ্ধ খোৱাপানীৰ পৰিৱৰ্তে বৰষুণৰ পানীৰে দুৰ্বিষহ জীৱন পাৰ কৰিছে যুৱক কেইজনে ৷ জংঘলৰ অসহনীয় কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা শীঘ্ৰে যুৱক কেইজনক উদ্ধাৰ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী ছয় যুৱকে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.