ETV Bharat / state

পৰ্যটকৰ সুবিধাৰ বাবে ডিমা হাছাওত ভিষ্টাডম ৰে'ল চলাচল কৰাৰ সিদ্ধান্ত

উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই পৰ্যটক সকলৰ বাবে ডিমা হাছাও জিলাৰ মাজেদি এখন ভিষ্টাডম ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উত্তৰ-পূব সীমান্ত ৰে'লৰ জি এম আনশল গুপ্তা মঙলবাৰে দুদিনীয়া হাফলং ভ্ৰমণত আহি এই কথা অবগত কৰে ৷

author img

By

Published : Dec 22, 2020, 6:35 PM IST

north-east-railway-to-operate-vistadom-rail-in-dima-hasao-district-for-the-convenience-of-tourists
পৰ্যটকৰ সুবিধাৰ বাবে ডিমা হাছাও জিলাত ভিষ্টাডম ৰে'ল চলাচল কৰাৰ সিদ্ধান্ত উত্তৰ-পূৱ ৰে'লৱেৰ

ডিমা হাছাও, 22 ডিচেম্বৰ : উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই পৰ্যটক সকলৰ বাবে ডিমা হাছাও জিলাৰ মাজেদি এখন ভিষ্টাডম ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উত্তৰ-পূব সীমান্ত ৰে'লৰ জি এম আনশল গুপ্তা মঙলবাৰে দুদিনীয়া হাফলং ভ্ৰমণত আহি এই কথা অবগত কৰে ৷

ইতিমধ্যে ভিষ্টাডম ৰে'ল চলোৱাৰ বাবে পৰ্যটন বিভাগক ৰে'ল বিভাগৰ ফালৰ পৰা প্ৰস্তাৱ দিয়া হৈছে ৷ এটা বা দুটা কোচ দি এই ভিষ্টাডম ৰে'ল চলোৱাৰ চিন্তা কৰিছে উত্তৰ পূব সীমান্ত ৰে'লৱে ।

আনহাতে, বিষয়া গৰাকীয়ে পুনৰ কয় যে, হেৰিটেজৰ ফালৰ পৰা ডিমা হাছাও জিলাত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে । গতিকে, সঠিককৈ পৰ্যটন ক্ষেত্ৰখনক আগবঢ়াই নিব পাৰিলে পাহাৰীয়া জিলাখনৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : 180 কিলোমিটাৰ বেতন দৌৰি বিজয় দিৱস পালন বিএছএফ জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.