ETV Bharat / state

লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত বাতিল ৰে’লৰ যাত্ৰা - ইটিভি ভাৰত অসম

শুক্ৰবাৰে লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথৰ জাতিংগা আৰু নিউহাফলঙৰ মাজৰ 110/4-5 এলেকাত ৰে’ললাইনৰ মাটি বৰষুণৰ পানীয়ে খহাই নিয়াৰ ফলতে ৰে’লৱে আজিও বাতিল কৰিছে বহুকেইখন ৰে’লৰ যাত্ৰা ৷

লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত বাতিল ৰেলৰ যাত্ৰা
author img

By

Published : Jul 13, 2019, 9:32 AM IST

ডিমা হাচাও, 13 জুলাইঃ ভূমিস্খলনৰ ফলত দ্বিতীয়দিনাও উত্তৰ-পূব সীমান্ত ৰে’লৱে বাতিল কৰিছে কেবাখনো ৰে’লৰ যাত্ৰা ৷ লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত সংঘটিত হোৱা ভূমিস্খলনৰ ফলতেই ৰে’লৱে বাতিল কৰিছে এইসমূহ ৰে’লৰ যাত্ৰা ৷

লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত বাতিল ৰেলৰ যাত্ৰা

উত্তৰ-পূব ৰে’লৱে শনিবাৰে বাতিল কৰিছে শিলচৰ-গুৱাহাটী, গুৱাহাটী-শিলচৰ ফাষ্ট প্যাচেঞ্জাৰ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, আগৰতলা -হাবিবগঞ্জ আৰু ত্ৰিবান্দ্ৰম এক্সপ্ৰেছৰ যাত্ৰা ৷ এই কথা প্ৰকাশ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি শৰ্মাই । ইতিমধ্যেই ৰে’লপথচোৱাৰ মাজত যুদ্ধকালীন তৎপৰতাৰে মেৰামতিৰ কাম চলি থকা বুলিও লগতে প্ৰকাশ কৰে বিষয়াগৰাকীয়ে ৷

অধিক পঢ়কঃ বৰষুণৰ ফলত বাতিল কেইবাখনো ৰেল

Intro:ডিমা হাছাও ১৩ জুলাই:ভূমিস্খলনৰ ফলত আজি দ্বিতীয় দিন লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত পাঁচখন ৰেলৰ যাত্ৰা বাতিল কৰিছে উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই। শনিবাৰে শিলচৰ-গুৱাহাটী গুৱাহাটী -শিলচৰ ফাষ্ট প্যাচেঞ্জাৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰা হয়। ইফালে আগৰতলা -হাবিবগঞ্জ ৰেলগাড়ীখন গুৱাহাটী নিয়ন্ত্ৰণ কৰি গুৱাহাটীৰ পৰা আগৰতলার মাজত যাত্ৰা বাতিল। তৃবন্দ্ৰম এক্সপ্ৰেছ ৰেলগাড়ী খন লামডিং নিয়ন্ত্ৰণ কৰি লামডিং-শিলচৰৰ মাজত যাত্ৰা বাতিল কৰা হৈছে বুলি জনায় উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি শৰ্মাই।

Body:উল্লেখযোগ্য যোৱাকালি লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ জাতিঙা লামপুৰ আৰু নিউহাফলংৰ মাজত ১১০/ ৪-৫ কিলোমিটাৰ এলেকাত ৰেললাইনৰ নিচৰ পৰা মাটি বৰুষণৰ পানীয়ে উঠিয়াই লৈ যোৱাৰ ফলত ৰেল চলাচল আজি দ্বিতীয় দিনত ব্যাহত হয়।Conclusion:ৰেলকৰ্মী সকলে যুদ্ধকালিন তৎপৰতে মেৰামতিৰ কাম কৰি যোৱাৰ পিছতো এতিয়াও মুকলি কৰিব পৰা নাই ৰেলপথ খন।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.