ETV Bharat / state

লংকাৰ পৰা উমৰাঙচো সংযুক্ত দুইলেনযুক্ত ঘাইপথ নিৰ্মাণত হেমাহি - শনিবাৰে দিয়ুংমুখত উপস্থিত

লংকাৰ পৰা উমৰাঙচোলৈ সংযুক্ত দুইলেন পথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ বাবে শনিবাৰে উমৰঙচোত উপস্থিত হয় ৰাজ্যৰ গৰকপ্তানী বিভাগৰ কমিছনাৰ ৰাজেশ কেম্প্ৰাই। উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰ ডনাৰ মন্ত্ৰালয়ৰ অধীনস্থ অসম মালা প্ৰকল্পত 200 কোটি টকা ব্যয় কৰি উক্ত দুইলেন পথ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল ভাৰ্তিয়া কনষ্ট্ৰাক্সন নামৰ নিৰ্মাণ প্ৰতিস্থানটোক।

lonka-umrangsu-rode-constractions
লংকাৰ পৰা উমৰাঙচো সংযুক্ত দুইলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কামত হেমাহি
author img

By

Published : Nov 8, 2020, 7:58 PM IST

ডিমা হাছাও, 8 নৱেম্বৰঃ লংকাৰ পৰা উমৰাঙচো দুইলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম লেহেমিয়া কৰাৰ অভিযোগ উঠিছে ভাৰ্তিয়া কনষ্ট্ৰাক্সন নামৰ নিৰ্মাণ প্ৰতিস্থানটোৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, লংকাৰ পৰা উমৰাঙচো সংযুক্ত দুইলেন ঘাইপথ নিৰ্মাণৰ বাবে বিগত 7 মাহৰ আগত কামৰ দায়িত্ব দিয়া হৈছে ভাৰ্তিয়া কনষ্ট্ৰাক্সন নামৰ নিৰ্মাণ প্ৰতিস্থানটোক । কিন্তু এতিয়া এই নিৰ্মাণ প্ৰতিস্থানটোৰ বিৰুদ্ধে পথ নিৰ্মাণৰ কাম লেহেমীয়াকৈ কৰাৰ অভিযোগ উঠিছে।

লংকাৰ পৰা উমৰাঙচো সংযুক্ত দুইলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কামত হেমাহি

ইপিনে লংকাৰ পৰা উমৰাঙচোলৈ সংযুক্ত দুইলেন পথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ বাবে শনিবাৰে উমৰাঙচোত উপস্থিত হয় ৰাজ্যৰ গৰকপ্তানী বিভাগৰ কমিছনাৰ ৰাজেশ কেম্প্ৰাই। উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰ ডনাৰ মন্ত্ৰালয়ৰ অধীনস্থ অসম মালা প্ৰকল্পত 200 কোটি টকা ব্যয় কৰি উক্ত দুইলেন পথ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল উক্ত প্ৰতিস্থানটোক ।

ইপিনে শনিবাৰে দিয়ুংমুখত উপস্থিত হৈ ৰাজ্যৰ গড়কপ্তানী বিভাগৰ কমিছনাৰ ৰাজেশ কেম্প্ৰাইয়ে সাংবাদিকৰ আগত কয় যে, 7 মাহ আগতে এই ঘাইপথ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল ভাৰ্তিয়া কনষ্ট্ৰাক্সন নামৰ নিৰ্মাণ প্ৰতিস্থানটো। কিন্তু ইয়াৰ পিছত কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে লক ডাউনৰ বাবে নিৰ্মাণ প্ৰতিস্থানটোৱে পথ নিৰ্মাণৰ সা-সৰঞ্জাম নিৰ্মাণস্থলীলৈ আনিব পৰা নাছিল; যাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে ৷ বিষয়া গৰাকীয়ে লগতে কয় যে, আমি এই নিৰ্মাণস্থলি পৰিদৰ্শন কৰি অতি শীঘ্ৰ পথটো নিৰ্মাণৰ কাম শেষ কৰাৰ নিৰ্দেশ দিছো নিৰ্মাণ প্ৰতিস্থানটোৰ কৰ্তৃপক্ষক।

লগতে পঢ়কঃ ডিব্ৰুগড়ত ৰঙা ফিটা কাটি ‘আইতাৰ দোকান’ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.