ETV Bharat / state

হাফলঙৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা - মনোনয়ন বৈধ ঘোষণা

হাফলং সমষ্টিৰ কংগ্ৰেছৰ নিৰ্মল লাংথাচা, বিজেপিৰ নন্দিতা গাৰ্লোচা, জনতা দল ইউনিটেডৰ পৰা লংকি ইংহি আৰু ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ পৰা খানদান দাওলাগাপুয়ে মনোনয়ন দাখিল কৰিছিল । এই চাৰিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন সোমবাৰে পৰীক্ষা কৰাৰ পাচতে জিলা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাই বৈধ বুলি ঘোষণা কৰে ।

হাফলঙৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা ৰিটাৰ্ণিং বিষয়াৰ

author img

By

Published : Mar 15, 2021, 7:35 PM IST

ডিমা হাছাও,১৫ মাৰ্চ: সমাগত বহু আকাংক্ষিত অসম বিধানসভাৰ নিৰ্বাচন । নিৰ্বাচনক লৈ সকলো ব্যস্ত হৈ পৰিছে । ডিমা হাছাও জিলাৰ হাফলং সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা জিলা নিৰ্বাচনী বিষয়াৰ । সোমবাৰে মনোনয়ন পত্ৰ পৰীক্ষা কৰি বৈধ ঘোষণা কৰে নিৰ্বাচনী বিষয়াই ।

হাফলঙৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা ৰিটাৰ্ণিং বিষয়াৰ
হাফলঙৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা ৰিটাৰ্ণিং বিষয়াৰ

ৰাজ্যত দ্বিতীয় পৰ্যায়ত ৩৯ টা সমষ্টিৰ লগতে এক এপ্ৰিলত ১৬ নং হাফলং উপজাতি সংৰক্ষিত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ বাবে হাফলং সমষ্টিৰ কংগ্ৰেছৰ নিৰ্মল লাংথাচা, বিজেপিৰ নন্দিতা গাৰ্লোচা, জনতা দল ইউনিটেডৰ পৰা লংকি ইংহি আৰু ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ পৰা খানদান দাওলাগাপুয়ে মনোনয়ন দাখিল কৰে ।

নন্দিতা গাৰ্লচা
নন্দিতা গাৰ্লোচা

এই চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন সোমবাৰে পৰীক্ষা কৰাৰ পাচতে জিলা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাই বৈধ ঘোষণা কৰে ।

লগতে পঢ়ক: বাক্সাত ৰঙাঘৰলৈ চাৰি ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.