ডিমা হাছাও, 29 জুলাইঃ বৰাক উপত্যকাৰ লগতে ডিমা হাছাও জিলাৰ এক মাত্ৰ যোগাযোগৰ মাধ্যম হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিয়াংক্ৰ লামপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক বিশেষ অংশ বিপদজনক অৱস্থাত আছে ৷ এই অংশ ছোৱাত যি কোনো মূহুৰ্ততে ভূমিস্খলন সংঘটিত হৈ ঘাইপথৰ লগতে থকা ব্ৰডগজ ৰেলপথটো বন্ধ হৈ যাব পাৰে ৷ উল্লেখযোগ্য যে,এই অংশ ছোৱা বন্ধ হৈ গ'লে ডিমা হাছাও জিলাৰ লগতে বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ মাজৰ যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ যাব ৷
যি কোনো মূহুৰ্ততে হ'ব পাৰে ভূমিস্খলন,বন্ধ হৈ যাব পাৰে বৰাকৰ যাতায়ত
বিপদজনক অৱস্থাত আছে বৰাক উপত্যকাৰ লগতে ডিমা হাছাও জিলাৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিয়াংক্ৰ লামপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক বিশেষ অংশ
যি কোনো মূহুৰ্ততে হ'ব পাৰে ভূমিস্খলন, বন্ধ হৈ যাব পাৰে বৰাকৰ যাতায়ত
ডিমা হাছাও, 29 জুলাইঃ বৰাক উপত্যকাৰ লগতে ডিমা হাছাও জিলাৰ এক মাত্ৰ যোগাযোগৰ মাধ্যম হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিয়াংক্ৰ লামপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক বিশেষ অংশ বিপদজনক অৱস্থাত আছে ৷ এই অংশ ছোৱাত যি কোনো মূহুৰ্ততে ভূমিস্খলন সংঘটিত হৈ ঘাইপথৰ লগতে থকা ব্ৰডগজ ৰেলপথটো বন্ধ হৈ যাব পাৰে ৷ উল্লেখযোগ্য যে,এই অংশ ছোৱা বন্ধ হৈ গ'লে ডিমা হাছাও জিলাৰ লগতে বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ মাজৰ যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ যাব ৷
Intro:ডিমা হাছাও ২৮ জুলাই: ভয়ঙ্কৰ অৱস্থাত পৰি আছে বৰাক উপত্যকাৰ লগত ডিমা হাছাও জিলাৰ এক মাথোঁ যোগাযোগৰ মাধ্যম হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিয়াংক্ৰ জাতিঙা লামপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০ মিটাৰ এলেকা।Body:যি কোনো মূহুৰ্তত পাহাৰ নামি বন্ধ হৈ যাৱ পাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ লগত থকা ব্ৰডগজ ৰেলপথ খন। স্থানীয় ৰাইজে জনালে যি দৰে পাহাৰ অলপ অলপ কৰি নামি আহি আছে ইয়াৰ ফলত ঘাইপথৰ লগত থকা গাৰ্ড ওয়ালৰ অৱস্থা ভয়ঙ্কৰ হৈ পৰিছে।Conclusion:ইয়াৰ ফলত যি কোনো মূহুৰ্তত গাৰ্ড ওয়াল ভাঙি ৰাষ্ট্ৰীয় ঘাইপথৰ লগত ৰেল লাইন বন্ধ হৈ যাৱ পাৰে। আৰু এনেকৈ পৰিস্থিতিৰ সৃষ্টি হলে ডিমা হাছাও জিলাৰ লগতে বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ ৰাইজ ব্যপক দুৰ্ভোগৰ মুখত পৰিব সেয়া নিশ্চিত।