ETV Bharat / state

চনটিলাস্থিত পঞ্চম আৰক্ষী বেটেলিয়ানৰ প্ৰতিষ্ঠা দিৱস উদযাপন - Establishment Day celebrate

ডিমা হাচাওৰ চনটিলাস্থিত পঞ্চম আৰক্ষী বেটেলিয়ানৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৷ আৰক্ষী অধীক্ষক শ্ৰীজিত টি য়ে পতাকা উত্তোলনেৰে মুকলি কৰে অনুষ্ঠান ৷

চনটিলাস্থিত পঞ্চম আৰক্ষী বেটেলিয়ানৰ প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Jun 26, 2019, 8:14 PM IST

ডিমা হাছাও, ২৬ জুন : হাফলং চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত চনটিলাস্থিত পঞ্চম আৰক্ষী বেটেলিয়ানে বুধবাৰে বিভিন্ন কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । আৰক্ষী অধীক্ষক তথা পঞ্চম আৰক্ষী বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কামাণ্ডেণ্ট শ্ৰীজিত টি য়ে পুৱা 8.30 বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ মুকলি কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে বেটেলিয়ান জাওয়ানৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত জওয়ানসকলে মাৰ্চপাষ্টত অংশগ্ৰহণ কৰে । আৰক্ষী অধীক্ষক শ্ৰীজিত টি য়ে ভাষণ প্ৰসংগত আৰক্ষী জওয়ানসকলক নিজৰ কৰ্তব্য পালনৰ লগতে স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ৷

Intro: কাৰ্বি আংলংৰ শিল কঢ়িওৱা ডাম্পাৰৰ চেপাত দুজনৰ মৃত্যু।

Anchor= কামপুুৰৰ ৰেলবিভাগৰ কামত ব্যৱহাৰৰ বাবে শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম । তীব্ৰবেগী ডাম্পাৰৰ চেপাত দুজন লোকৰ মৃত্যু ।শেষ হৈ গল দুটা দৰিদ্ৰ পৰিয়াল ।

Body:V/o= দক্ষিন নগাঁৱত শিল বালি মাফিয়াৰ দৌৰাত্ম ।পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা কামপুৰলৈ শিল কঢ়িওৱা ডাম্পাৰৰ কাৰণেই শেষ হৈ গল দুটাকৈ দুখীয়া পৰিয়ালৰ | উল্লেখ্য যে কামপুৰত NF ৰেল'ৱে কামত শিল ,বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ স্থানীয় ৰাইজ ৷ বুধবাৰে কামপুৰ কাৰ্বিআংলং পথত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হয় দুই বাইক আৰোহী ৷ নিহত দুই যুৱক ঘিলানীৰ ইমান আলী আৰু মহবুৰ আলী ৷কৰ্মত দুয়ো় পকা মিষ্টি |জানিব পৰা মতে কচুৱা পৰা কামপুৰ অভিমুখে আহি পথত বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ৰেলৱে ডাম্পাৰে বাইক আৰোহীক এশ মিটাৰ চুচৰাই নিয়াৰ ফলত থিতাতে নিহত হয় দুই যুৱক ৷ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ নং AS 04AC 4058
বাইক নং AS 02V 9279 | ইফালে ঘটনা স্থলিত কামপুৰ আৰক্ষীৰ উপস্থিত হৈ মৃত দেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে নগাঁওলৈ প্ৰেৰণ কৰে |

Byte =স্থানীয় লোক

Conclusion:V/o=উল্লেখ্য যে কামপুৰ কাৰ্বি আংলং পথত শিল বালি কঢ়িওৱা ট্ৰাক আৰু ডাম্পাৰৰ দৌৰাত্মক নিয়ন্ত্ৰন কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.