ETV Bharat / state

ক'ভিড প্ৰট'কল মানি এইবছৰ অনুষ্ঠিত হ'ব ফেলকণ উৎসৱ - উমৰাংচো

দেচৰিং থাওচেনে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, ক‘ভিড 19 মহামাৰীৰ বাবে এই বছৰ বাহিৰৰ কোন শিল্পী যোগ নি দিয়ে ফেলকণ উৎসৱত। ডিমা হাছাও জিলাৰ স্থানীয় শিল্পী সকলক লৈ এইবাৰ অনুষ্ঠিত হব ফেলকণ উৎসৱ।

dimahasao-felcon-fastival
ক'ভিড প্ৰট'কল মানি এইবছৰ অনুষ্ঠিত হ'ব ফেলকণ উৎসৱ
author img

By

Published : Nov 14, 2020, 5:47 PM IST

ডিমা হাছাও, 14 নৱেম্বৰ: সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি এই বছৰ ডিমা হাছাওত অনুষ্ঠিত হব ফেলকণ উৎসৱ। অহা 21 নৱেম্বৰৰ পৰা উদ্যোগ নগৰী উমৰাংচোত দুদিনীয়াকৈ অনুষ্ঠিত হ‘ব ফেলকণ উৎসৱ। ইতিমধ্যে চিন চাইবেৰীয়া দক্ষিণ আফ্ৰিকাৰ পৰা জাকে জাকে পৰিভ্ৰমী আমোৰ ফেলকণ চৰাই অহা আৰম্ভ হৈছে উমৰাংচোত। যাৰ বাবে এতিয়া পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে উমৰাংচোত। আয়োজক সমিতিৰ সদস্য দেচৰিং থাওচেনে কয় যে, এই বছৰ ষষ্ঠতম ফেলকণ উৎসৱ অনুষ্ঠিত হ‘ব, যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। তেওঁ কয় যে, এই বছৰ সম্পূৰ্ণ ক‘ভিড প্ৰট'কল মানি অনুষ্ঠিত হব ফেলকণ উৎসৱ। আৰু ফেলকণ উৎসৱত যোগ দিয়া সকলক স্বাস্থ্য বিধি আৰু সামাজিক দূৰত্ব বর্তাই ৰাখি অংশগ্ৰহণ কৰিব লাগিব ফেলকণ উৎসৱত।

ক'ভিড প্ৰট'কল মানি এইবছৰ অনুষ্ঠিত হ'ব ফেলকণ উৎসৱ

দেচৰিং থাওচেনে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, ক‘ভিড 19 মহামাৰীৰ বাবে এই বছৰ বাহিৰৰ কোন শিল্পী যোগ নি দিয়ে ফেলকণ উৎসৱত। ডিমা হাছাও জিলাৰ স্থানীয় শিল্পী সকলক লৈ এইবাৰ অনুষ্ঠিত হব ফেলকণ উৎসৱ।

লগতে পঢ়ক: 21 নৱেম্বৰৰ পৰা উমৰাংচুত দুদিনীয়াকৈ ফেলকণ উৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.