ETV Bharat / state

ক'ভিডক জয় কৰি কৰ্তব্যত যোগদান ডিমা হাছাওৰ চিকিৎসক দম্পত্তিৰ - doctor couple join duty after conquering covid

ক'ভিড যুদ্ধত জয়ী হৈ কৰ্তব্যত যোগদান কৰিলে হাফলং অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ মেডিকেল এণ্ড হেলথ অফিচাৰ ডাঃ অজয় কুমাৰ পাল আৰু তেওঁৰ পত্নী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহ সঞ্চালক ডাঃ দীপালি বৰ্মনে । যোৱা ১৩ তাৰিখে চিকিৎসক ডাঃ অজয় কুমাৰ পাল আৰু তেওঁৰ পত্নী ডাঃ দীপালি বৰ্মন ক'ভিডত আক্ৰান্ত হৈছিল ।

DIMAHASAO DOCTOR
ক'ভিডক জয় কৰি কৰ্তব্যত যোগদান ডিমা হাছাওৰ চিকিৎসক দম্পত্তিৰ
author img

By

Published : May 28, 2021, 9:24 PM IST

ডিমা হাছাও,২৮ মে': ক'ভিডৰ যুদ্ধত জয়ী হৈ নিজৰ কৰ্তব্যত যোগদান কৰিলে হাফলং অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ মেডিকেল এণ্ড হেলথ অফিচাৰ ডাঃ অজয় কুমাৰ পাল আৰু তেওঁৰ পত্নী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহ সঞ্চালক ডাঃ দীপালি বৰ্মনে ।

DIMAHASAO DOCTOR
ক'ভিডক জয় কৰি কৰ্তব্যত যোগদান ডিমা হাছাওৰ চিকিৎসক দম্পত্তিৰ

যোৱা ১৩ তাৰিখে চিকিৎসক ডাঃ অজয় কুমাৰ পাল আৰু তেওঁৰ পত্নী ডাঃ দিপালি বৰ্মন ক'ভিডত আক্ৰান্ত হৈছিল । চিকিৎসক গৰাকীয়ে কয় যে, তেওঁ যোৱা ১৬ জানুৱাৰীত ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰা প্ৰথম গৰাকী ব্যক্তি আৰু প্ৰতিষেধকৰ দুটাকৈ পালি লোৱাৰ বাবে ক'ভিডে তেনেকৈ আক্ৰমণ কৰিব পৰা নাই তেওঁক আৰু তেওঁৰ পত্নীক ।

সেয়ে ডাঃ অজয় কুমাৰ পালে সকলোকে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণৰ আহ্বান জনায় । তেওঁৰ মতে একমাত্ৰ প্ৰতিষেধকেই হৈছে কৰ'ণাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় ।

লগতে পঢ়ক:ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.