ডিমা হাছাও, 12 আগষ্ট : ডিমা হাছাও জিলাত নতুনকৈ আৰু 19গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ মঙলবাৰে ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 237জনলৈ বৃদ্ধি হৈছে । ডিমা হাছাও জিলাৰ বিভিন্ন চেক পোষ্টত আৰু বিভিন্ন ঠাইত কৰা ৰেপিড এন্টিজেন টেষ্টত এই 19গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত 237গৰাকী ৰোগীৰ মাজত ইতিমধ্যে 192গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ পিছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে । 38গৰাকী ৰোগীৰ চিকিৎসা চলি আছে হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেচনত আৰু 7গৰাকী ৰোগীৰ চিকিৎসা চলি আছে জিলাৰ বাহিৰত ।
ডিমা হাছাওত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 237 জনলৈ বৃদ্ধি - ডিমা হাছাও জিলাত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 237 জনলৈ বৃদ্ধি
ডিমা হাছাও জিলাত নতুনকৈ আৰু 19গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত 237গৰাকী ৰোগীৰ মাজত ইতিমধ্যে 192গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ পিছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে ।
![ডিমা হাছাওত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 237 জনলৈ বৃদ্ধি ডিমা হাছাওত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 237 জনলৈ বৃদ্ধি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8385471-thumbnail-3x2-0.jpg?imwidth=3840)