ETV Bharat / state

হাফলঙত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

author img

By

Published : Sep 5, 2019, 4:42 PM IST

নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰি তুলিবৰ বাবে স্কিল ডেভেলপমেণ্ট চেণ্টাৰৰ উদ্বোধন কৰে উদ্যোগ মন্ত্ৰীজনে ৷ হাফলঙৰ ৰাণী গাইদালু জুনিয়ৰ কলেজ কেম্পাছত স্থাপন কৰা হৈছে উক্ত চেণ্টাৰটো ৷

হাফলঙত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ডিমা হাছাও, ৫ চেপ্টেম্বৰঃ ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰে হাফলঙৰ ৰাণী গাইদালু জুনিয়ৰ কলেজ কেম্পাছত মাল্টি পাৰপাছ স্কিল ডেভেলপমেণ্ট চেণ্টাৰৰ উদ্বোধন কৰে ৷ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই চেণ্টাৰে পাহাৰীয়া জিলাখনৰ নিবনুৱা যুৱক যুৱতীসকলক স্ব-নিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব ৷ উল্লেখ্য যে, হেৰেককা সেৱা ট্ৰাষ্টৰ অধীনত স্থাপন হোৱা এই মাল্টি পাৰপাছ স্কিল ডেভেলপমেণ্ট চেণ্টাৰত পাহাৰীয়া জিলাৰ যুৱক যুৱতী সকলক বয়ন শিল্প, কম্পিউটাৰ আদিৰ প্ৰশিক্ষণ দিয়া হব ৷ উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত আছিল বিধায়ক বীৰভদ্ৰ হাগজা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ সিইএম দেৱলাল গাৰ্লছা, ইএম নিপোলাল হোজাই আৰু ম্যানেজিং ডিৰেক্টৰ আনন্দ প্ৰকাশৰ লগতে বহুকেইজন ব্যক্তি ৷

Intro:ডিমা হাছাও ৫ ছেপ্টেম্বৰ: ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোয়াৰি আজি বড় হাফলংৰ ৰাণী গাইদালু জুনিয়ৰ কলেজ কেম্পাছত মাল্টি পাৰপাছ স্কিল্ড ডেভেলপমেণ্ট চেণ্টাৰৰ উদ্বোধন কৰে। আজি গুৱাহাটীৰ পৰা হাফলংত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে মাল্টি পাৰপাছ স্কিলড ডেভেলপমেণ্ট চেণ্টাৰৰ উদ্বোধন কৰি কয় আজি উদ্বোধন হোৱা এই স্কিল্ড ডেভেলপমেণ্ট চেণ্টাৰত পাহাৰীয়া জিলা খনৰ বেকাৰ যুৱক যুৱতী সকলৰ প্ৰশিখনলৈ চনির্ভরছিল হৈ উঠিব পাৰিব।Body:উল্লেখযোগ্য হেৰেককা সেৱা ট্ৰাষ্টৰ অধীনত এই মাল্টি পাৰপাছ স্কিল্ড ডেভেলপমেণ্ট চেণ্টাৰত পাহাৰীয়া জিলাৰ যুৱক যুৱতী সকলক বয়ন হ্যান্ডইক্রফ্ট কম্পিউটাৰ আদিৰ প্ৰশিক্ষণ দিয়া হব।Conclusion:আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত উপস্থিত আছিল বিধায়ক বীৰভদ্ৰ হাগজাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ সিইএম দেৱলাল গাৰ্লছা,ইএম নিপোলাল হোজাই আৰু ম্যানেজিং ডিৰেক্টৰ আনন্দ প্ৰকাশ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.