ETV Bharat / state

কৃত্ৰিম বানৰ কৱলত মাইবং চহৰ

author img

By

Published : Oct 26, 2019, 5:54 PM IST

ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বান ৷ ভূমিস্খলনৰ ফলত হাফলং-শিলচৰ 54 নম্বৰ ঘাইপথ বন্ধ ৷

artificial flood in Maibang Dima Hasao

ডিমা হাছাও, 26 অক্টোবৰ: কৃত্ৰিম বানৰ কবলত মাইবং চহৰ। যোৱা দুদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ মহকুমা সদৰ মাইবং এতিয়া কৃত্ৰিম বানৰ কবলত। মাইবং চহৰ আদিকে ধৰি হৰিশচন্দ্ৰপুৰত কৃত্ৰিম বানৰ কবলত পৰিছে বহুলোকৰ বাসগৃহও ।

লগতে পঢ়কঃ পুনৰ ডিটেনচন কেম্পত মৃত্যু কাৰাবন্দীৰ

ৰাইজৰ অভিযোগ মাইবং চহৰত নৰ্দমাৰ ব্যৱস্থা ঠিক নোহোৱাৰ কাৰণে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা দুদিনৰ পৰা ধাৰাসাৰ বৰষুণ অব্যাহত আছে পাহাৰীয়া জিলাখনত। ফলশ্ৰুতিত ডিমা হাছাও জিলাখনৰ জনজীৱন সম্পূৰ্ণ ব্যাহত হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সূত্ৰৰ পৰা জানিব পৰা গৈছে জাতিংগাৰ পৰা হাৰেংগজাওৰ মাজত তিনি ঠাইত ভূমিস্খলন হোৱাৰ বাবে হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল বন্ধ হৈ পৰিছে ।

লগতে পঢ়কঃ হাউলীত আৰক্ষীৰ জালত চাৰিটা দূধৰ্ষ ডকাইত

Intro:ডিমা হাছাও 26 অক্টোবৰ: কৃত্ৰিম বানৰ কৱলত মাইবাং চহৰ। যোৱা দুদিনৰ পৰা ধাৰাসাৰ বৰুষণৰ ফলত ডিমা হাছাও জিলাৰ মহকুমা সদৰ মাইবাং এতিয়া কৃত্ৰিম বানৰ কৱলত। মাইবাং চহৰ আদিকে ধৰি হৰিশচন্দ্ৰ পুৰত কৃত্ৰিম বানৰ কৱলত পৰি মানুহৰ ঘৰ বাড়ি পানীৰ তলত। ৰাইজৰ অভিযোগ মাইবঙ চহৰত ড্ৰেনেজ ছিষ্টেম ঠিক নো হোৱাৰ কাৰণে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।Body:যোৱা দুদিনৰ পৰা ধাৰাসাৰ বৰুষণ অব্যাহত আছে পাহাৰীয়া জিলাখনত। ইয়াৰ ফলত ডিমা হাছাও জিলাখনৰ জনজীৱন সম্পূৰ্ণ ব্যাহত কৰি তুলিছে। বৰুষণৰ ফলত ভূমিস্খলন কৱলত পৰি হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিল। Conclusion:ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সূত্ৰে জানিব পৰা গৈছে জাতিংগাৰ পৰা হাৰেংগজাওৰ মাজত তিনি ঠাইত ভূমিস্খলন হোৱাৰ বাবে হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল বন্ধ হৈ পৰিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.