ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আধৰুৱা সপোন পূৰ্ণ কৰিলে হাফলঙৰ সুভাশিষে - ডিমা হাছাও

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলিল হাফলংৰ সুভাশিষ ৷ নগাঁও ৰামানুজ কলেজৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত অষ্টম স্থান লাভ মেধাৱী ছাত্ৰগৰাকীৰ ৷

বিজ্ঞান শাখাত অষ্টম স্থানত হাফলংৰ সুভাষীসৰ
author img

By

Published : May 25, 2019, 5:45 PM IST

ডিমা হাছাও, ২৫ মে : সদ্যোঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হ’ল হাফলংৰ সুভাষীস দে য়ে ৷ নগাঁও ৰামানুজ কলেজৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত অষ্টম স্থান দখল কৰি ডিমা হাছাও জিলাৰ নাম উজ্বলাবলৈ সক্ষম হয় সুভাষীসে ৷ হাফলং গড়কাপ্তানী বিভাগৰ কৰ্মী বাপ্পা দেৰ পুত্ৰ সুভাষীস ৷

বিজ্ঞান শাখাত অষ্টম স্থানত হাফলংৰ সুভাষীসৰ

উল্লেখ্য যে, ২০১৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাথোঁ ৭ নম্বৰৰ কাৰণে মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হৈছিল ছাত্ৰগৰাকী ৷ হাফলং ডনবছকো স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰগৰাকীৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সফলতাত উৎফুল্লিত হৈছে ডনবছকো হায়াৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষক শিক্ষিয়ত্ৰী । স্কুলখনৰ শিক্ষিয়ত্ৰী শামলী চক্ৰৱৰ্তী সুভাষীসৰ সাফল্যত অভিনন্দন জনায় ।

Intro:ডিমা হাছাও ২৫ মে : হাফলংৰ লৰা সুভাষীস দে উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ মাজত অষ্টম স্থান দখল কৰি অভিলেখ সৃষ্ট কৰে। নগাঁও ৰামানুজ কলেজৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত অষ্টম স্থান পাই ডিমা হাছাও জিলাৰ নাম উজ্জ্বল কৰে শিবাসিসে।Body:হাফলং গৰকপ্তানী বিভাগৰ কৰ্মী বাপ্পা দেৰ লৰা শিবাসিশ দে ২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাথোঁ ৭ নম্বৰৰ কাৰণে মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাছিল। শিবাসীশ দে হাফলং ডনবছকো স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।Conclusion:ইপিনে শিৱসিশৰ এয়া সফলতাত উৎফুল্লিত ডনবছকো হায়াৰ চেকণ্ডাৰী স্কুলৰ শিক্ষক শিক্ষিকা। স্কুলৰ শিক্ষিকা শামলী চক্ৰৱৰ্তী শিবাসিশৰ সাফল্যত অভিনন্দন জনায়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.