ETV Bharat / state

পুনৰবাৰ জুবিনৰ মুখত বাঁহী

পিছে এই বাঁহী জুবিনৰ বাঁহী এলবামৰ দ্বিতীয় সংস্কৰণ নহয়

author img

By

Published : Jul 7, 2019, 9:22 PM IST

পুনৰবাৰ জুবিনৰ মুখত বাঁহী

ডিব্ৰুগড়,৭ জুলাইঃ এই বাঁহী হৈছে ডিব্ৰুগড়ৰ এটি দেৱশিশু । প্ৰকৃততে জুবিন গাৰ্গে অঞ্জনা শ্ৰব্য কেচেট খ্যাত প্ৰসিদ্ধ বাঁহীবাদক তথা সংগীত পৰিচালক লক্ষীৰঞ্জনৰ তিনিমহীয়া সন্তানৰ নাম থ'লে "বাঁহী" । দেৱশিশুটিলৈ এই উপহাৰ শিল্পী গৰাকীৰ...

পুনৰবাৰ জুবিনৰ মুখত বাঁহী

ডিব্ৰুগড়,৭ জুলাইঃ এই বাঁহী হৈছে ডিব্ৰুগড়ৰ এটি দেৱশিশু । প্ৰকৃততে জুবিন গাৰ্গে অঞ্জনা শ্ৰব্য কেচেট খ্যাত প্ৰসিদ্ধ বাঁহীবাদক তথা সংগীত পৰিচালক লক্ষীৰঞ্জনৰ তিনিমহীয়া সন্তানৰ নাম থ'লে "বাঁহী" । দেৱশিশুটিলৈ এই উপহাৰ শিল্পী গৰাকীৰ...

পুনৰবাৰ জুবিনৰ মুখত বাঁহী
Intro:জুবিনৰ বাঁহী।জীৱনৰ ৰূপত ।এইবাৰ আকৌ বাঁহীৰে সজালে জুবিনে জীৱনৰ ছন্দ।কিন্তু ক'ত? এই প্ৰতিবেদনত আগবঢ়ালো সবিশেষ।
Body:A_dib_801to806_Jubeen_7203913



:জুবিন গাৰ্গৰ মুখত আকৌ বাঁহী।
নহয়
বাঁহী' এলবামৰ দ্বিতীয়টো series নহয় এইয়া।
এইবাৰ জুবিনৰ বাঁহীত জীৱনৰ চিনাকি।জুবিনৰ বাঁহীয়ে কলকলাই ,হাঁহে দুদিনমান পাছত কথাওঁ ক'ব।

হয়, এইবাৰ এটি দেৱশিশুৰ নাম থলে জুবিনে "বাঁহী "বুলি ।
ডিব্ৰুগড়ৰ এই কণমানিটিৰ নাম থলে জুবিনে "বাঁহী"।
প্ৰকৃততে জুবিন গাৰ্গে অঞ্জনা শ্ৰাব্য কেচেট খ্যাত প্ৰসিদ্ধ বাঁহীবাদক তথা সংগীত পৰিচালক লক্ষী ৰঞ্জনৰ ডিব্ৰুগড়ৰ ষ্টুডিঅ CHANT লৈ আহিছিল।ষ্টুডিঅ'ৰ সৈতেই থকা লক্ষীৰঞ্জনৰ গৃহত ৰেকৰ্ডিঙৰ পাছতে জুবিনে ভাতসাজ খাই কথা পাতি আছিল লক্ষীৰঞ্জন আৰু পত্নীৰ সৈতে।এনেকুৱাতেই লক্ষী
ৰঞ্জনৰ তিনি মহীয়া কণমানিটোৰ নাম থয় জুবিনে "বাঁহী" আৰু কয় হয়তো এইটো নাম অসমত কাৰো নাই।
সঁচাই,
আন বহুবাৰ,
বহু বেলেগ বেলেগ কমেৰে
ৰাইজৰ মন জয় কৰা জুবিনে এইবাৰ
এক সুকীয়া চিনাকীৰে পৃথিৱীৰে পৰিচয় কৰাই দিলে জুবিনে এটি কণমানিক।

শিল্পী গৰাকীৰ এই উপহাৰ দেৱশিশুটিলৈ হ'ল যেন অন্য এক আশীৰ্বাদ লগতে পৃথিৱীৰ মুখ দেখা এই কণমানিটিক দুগুণ ভাগ্যবান কৰি তুলিলে ।ইফালে পুনৰ এবাৰ নিজৰ বিৰল ব্যক্তিত্বৰ পৰিচয় দি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰোব জুবিন গাৰ্গে সকলোকে কৰিলে আকৰ্ষণ।হয়,
বিৰল মানুহ ব্যতিক্ৰমী কাম সেয়ে অনন্য জুবিন গাৰ্গ।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
Etv bharat AssamConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.