ETV Bharat / state

ডিব্ৰুগড়ৰ ৩ সাংবাদিকক যুৱ সাংবাদিক সন্থা অসমৰ বঁটা প্ৰদান - Youth Journalist association award

ডিব্ৰুগড়ৰ ৩ জনকৈ সাংবাদিকক যুৱ সাংবাদিক সন্থা অসমে তিনিটা বিশেষ শিতানত বঁটা প্ৰদান কৰে ৷ ইয়াৰে, ২০২০বৰ্ষৰ শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা লাভ কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে, শ্ৰেষ্ঠ ভিডিঅ'গ্ৰাফী শিতানত বঁটা লাভ কৰে নবাব তাহিৰ হুছেইনে আৰু "শিশু আৰু মহিলা সৱলীকৰণ" শিতানত বঁটা লাভ কৰে প্ৰদীপ গগৈয়ে ৷

Youth Journalist association of Assam honoured 3Journalist of Dibrugarh
ডিব্ৰুগড়ৰ ৩সাংবাদিকক যুৱ সাংবাদিক সন্থা অসমৰ বঁটা প্ৰদান
author img

By

Published : Feb 13, 2021, 10:08 PM IST

ডিব্ৰুগড়,13ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ সংবাদকৰ্মী সকলৰ বাবে এক ভাল খবৰ । যুৱ সাংবাদিক সন্থা অসমে ডিব্ৰুগড়ৰ ৩ জনকৈ সাংবাদিকক তিনিটা বিশেষ শিতানত বঁটা প্ৰদান কৰে ৷

ইয়াৰে, ২০২০বৰ্ষৰ শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা লাভ কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে, শ্ৰেষ্ঠ ভিডিঅ'গ্ৰাফী শিতানত বঁটা লাভ কৰে নবাব তাহিৰ হুছেইনে আৰু "শিশু আৰু মহিলা সৱলীকৰণ" শিতানত বঁটা লাভ কৰে প্ৰদীপ গগৈয়ে ৷

আনহাতে,যোৱা ১০ফেব্ৰুৱাৰীত গুৱাহাটীৰ 'অসম সাহিত্য সভা' ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনিওজন সাংবাদিকক এই বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক: শোকাকুল পৰিবেশৰ মাজতে হাজোৰ বাসগৃহ পালেহি কৃষ্ণ বৈশ্যৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.