ETV Bharat / state

চাবুৱাৰ ডিকম ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

চাবুৱা বিধানসভা সমষ্টিৰ ডিকম নাহৰতলি চাহ বাগিচাৰ এই ভোটকেন্দ্ৰত প্ৰায় ৫০ শতাংশ ভোট গ্ৰহণ হোৱাৰ সময়তে, ইভিএম ত কংগ্ৰেছৰ চিহ্ন সম্বলিত বুটামত এটুকুৰা কাগজ লগাই ৰখাৰ অভিযোগ তুলি কংগ্ৰেছৰ দলীয় কৰ্মীসহ প্ৰাৰ্থী অজয় ফুকনে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

author img

By

Published : Mar 27, 2021, 6:08 PM IST

চাবুৱাৰ ডিকম ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
চাবুৱাৰ ডিকম ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

মৰাণ,27 মাৰ্চ: ১২১নং চাবুৱা বিধানসভা সমষ্টিৰ ডিকম নাহৰতলি চাহ বাগিচা এল পি স্কুলৰ ৭ নং ভোটকেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷

চাবুৱা বিধানসভা সমষ্টিৰ ডিকম নাহৰতলি চাহ বাগিচাৰ এই ভোটকেন্দ্ৰত প্ৰায় ৫০ শতাংশ ভোট গ্ৰহণ হোৱাৰ সময়তে ইভিএমত কংগ্ৰেছৰ চিহ্ন সম্বলিত বুটামত এটুকুৰা কাগজ লগাই ৰখাৰ অভিযোগ তুলি কংগ্ৰেছৰ দলীয় কৰ্মীসহ প্ৰাৰ্থী অজয় ফুকনে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পোনাকণ বৰুৱা এজন সুৰাৰ বেপাৰী বুলি অভিযোগ কৰে কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনে ৷ কিয়নো চাবুৱাৰ ভোটকেন্দ্ৰত কংগ্ৰেছৰ চিহ্নত চিঁয়াহী ঢালি দিয়া অভিযোগ কৰে একাংশ ৰাইজ তথা চাবুৱাৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷ সহজ সৰল ৰাইজক বিপথে পৰিচালিত কৰাৰ বাবে এনে কাৰ্য কৰা বুলি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰে চাবুৱাৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷ পৰবৰ্তী সময়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

লগতে পঢ়ক: কলিয়াবৰত বিয়লি 3 বজালৈ 65.41 শতাংশ ভোটদান সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.