ETV Bharat / state

ডিব্ৰুগড়ৰ মধুপুৰত 2 জনী বন্যহস্তীৰ মৃত্যু

author img

By

Published : Nov 1, 2019, 4:45 PM IST

ডিব্ৰুগড়ত প্ৰাণ হেৰুৱালে দুটাকৈ বন্য হস্তীয়ে ৷ ইপিনে মৃত হাতী দুজনীৰ ভিতৰত আছিল এটি প্ৰায় তিনি বছৰীয়া পোৱালী হাতী ।

প্ৰাণ হেৰুওৱা বন্যহস্তী 2 টা

ডিব্ৰুগড়,1 নৱেম্বৰঃ ডিব্ৰুগড়ৰ মেডেলা বন সংমণ্ডলৰ মধুপুৰ বিতৰ অন্তৰ্গত মধুপুৰ চেত্ৰী চুকত প্ৰাণ হেৰুৱালে দুটাকৈ বন্য হস্তীয়ে ৷ এই দুই মাইকী হাতীৰ মৃত্যুৰ কাৰণ বৰ্তমানো জানিব পৰা নাই যদিও হাতী দুজনীৰ দেহৰ প্ৰাৰম্ভিক তদন্তত বন বিভাগে এইয়া বিদ্যুতৰ সংস্পৰ্শলৈ অহাৰ বাবেই হোৱা মৃত্যু বুলি আশংকা কৰিছে । ইপিনে মৃত হাতী দুজনীৰ ভিতৰত আছিল এটি প্ৰায় তিনি বছৰীয়া পোৱালী । পোৱালী হাতীজনীৰ দেহত বিদ্যুৎ প্ৰবাহিত হ'ব পৰা তাঁৰ মেৰ খাই আছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শতাধিক বন্যহস্তীৰ জাঁকে অঞ্চলটোৰ পথাৰৰ পকিবলৈ ধৰা ধান খাই বৃহৎ পৰিমাণৰ কৃষিভূমি নষ্ট কৰি আহিছিল ।

Intro:দুটিকৈ বন্য হস্তীয়ে প্ৰাণ হেৰুৱালে ডিব্ৰুগড়ত।ডিব্ৰুগড়ৰ মেডেলা বন সংমণ্ডলৰ মধুপুৰ বিত্ ৰ অন্তৰ্গত মধুপুৰ চেত্ৰী চুকত সংঘটিত এই কৰুণ ঘটনা।
এই দুই মাইকী হাতীৰ মৃত্যুৰ কাৰণ যদিও জানিব পৰা নাই কিন্তু হাতী দুজনীৰ দেহৰ প্ৰাৰম্ভিক তদন্তত বন বিভাগে এইয়া বিদ্যুতৰ সংস্পৰ্শলৈ অহাৰ বাবেই হোৱা মৃত্যু বুলি ক'ব খুজিছে।উল্লেখ্য যে হাতী দুজনীৰ এটি প্ৰায় তিনি বছৰীয়া পুৱালি।পুৱালি হাতীজনীৰ দেহত বিদ্যুত প্ৰবাহিত হ'ব পৰা তাঁৰ মেৰ খাই আছে।দীৰ্ঘদিন ধৰি শতাধিক বন্য হস্তীৰ জাঁকে অঞ্চলটোৰ পথাৰৰ পকিবলৈ ধৰা ধান খাই বৃহৎ পৰিমাণৰ কৃষি নষ্ট কৰি আহিছে।

স্থানীয় গাওঁ সমূহৰ লোকসকলে সমিপৰ মেডেলা বনাঞ্চলৰ পৰা জনাঞ্চলৰ লগতে পথাৰৰ ধান খাই নষ্ট কৰি অহা বৃহৎ হাতীৰ জাক খেদাবলৈ বিভিন্ন ব্যৱস্থা লৈ আহিছে যদিও সফল হোৱা নাই।পথাৰলৈ ওলাই অহা হাতীৰ জাক খেদাবলৈ বন বিভাগে কৰা ব্যৱস্থাও পৰ্যাপ্ত নহয়।ইয়াৰ মাজতে সঘনাই এই অঞ্চলৰ পথাৰত ৰহস্যজনকভাৱে জাকৰ পৰা ওলাই অহা বন্য হস্তীৰ মৃত্যু হৈ আহিছে।

byte: বন বিষয়া
with DL and visual and byte from Jesim Ahmed Dibrugarh

Body:do

Conclusion:do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.